• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভেণ্টিলেটৰ ভাঙি ওদালগুৰিৰ কাৰাগাৰৰ পৰা চাৰিগৰাকী কাৰাবন্দীৰ পলায়ন

NE NOW NEWS চাজিদ খান
ওদালগুৰি , August 14, 2020 7:14 pm

1 min read

ভেণ্টিলেটৰ ভাঙি ওদালগুৰিৰ কাৰাগাৰৰ পৰা চাৰিগৰাকী কাৰাবন্দীৰ পলায়ন
194
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলা কাৰাগাৰৰ পৰা চাৰিগৰাকী বিচাৰাধীন কাৰাবন্দীয়ে পলায়ন কৰে।

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা পলায়ন কৰা কাৰাবন্দী কেইগৰাকী মহম্মদ হাজিমুদ্দিন, মহম্মদ কাজিমুদ্দিন, মফিদুল ইছলাম আৰু কুদুছ আলী বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে নিশা চাৰিওগৰাকী কাৰাবন্দীয়ে কোৱাৰেণ্টাইনত থকা অৱস্থাতে দেৱালৰ ভেণ্টিলেটৰ ভাঙি পলায়ন কৰে।

মহম্মদ হাজিমুদ্দিন আৰু মহম্মদ কাজিমুদ্দিনক বিগত ১৮ জুলাইত গৰু চোৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে মফিদুল ইছলাম আৰু কুদুছ আলীক ২৩ জুলাইত অবৈধভাৱে পশু সৰবৰাহৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, কাৰাগাৰৰ পৰা কাৰাবন্দীয়ে পলায়ন কৰা ঘটনাই সমগ্ৰ ওদালগুৰি আৰক্ষীক লজ্জানত কৰাৰ লগতে স্থানীয় লোকে এই ঘটনাক কাৰাগাৰ কৰ্তৃপক্ষৰ অমনোযোগিতাৰ ফচল বুলি কয়।

Recent News

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd