• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বকোত ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিগৰাকী মহিলাৰ মৃত্যু; পাচলি বিক্ৰী কৰি উভতিছিল ঘৰলৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 21, 2019 5:35 pm

1 min read

boko road accident

বকোত দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন। উৎস-ইণ্টাৰনেট

605
VIEWS
Share on FacebookShare on Twitter

কামৰূপ জিলাৰ বকোত দেওবাৰে নিশা সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত সুশীলা ৰাভা, পুতুলী ৰাভা, মিনতি ৰাভা আৰু ৰীনা ৰাভা নামৰ চাৰিগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়।

মৃত্যু হোৱা মহিলা চাৰিগৰাকীৰ ভিতৰত এগৰাকী মহিলাৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী মহিলাই থিতাতে প্ৰাণ হেৰুৱায়।

জানিব পৰা মতে, দেওবাৰে নিশা কামৰূপ জিলাৰ বকোত এ এছ-২৫-ইচি-১৩০০ নম্বৰৰ এখন যাত্ৰীবাহী টাটা এচিই বাহনক বিপৰীতে দিশৰ পৰা(গুৱাহাটী অভিমুখি) এছ এছ-০১ জে-৪৫৫৯ নম্বৰৰ এখন তীব্ৰ বেগী ডাম্পাৰে খুন্দা মৰাৰ ফলতে শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোৰ ফলত মৃত্যু হোৱা মহিলা কেইগৰাকী পাচলি ব্যৱসায়ী বুলি জানিব পৰা গৈছে আৰু আটাইকেইগৰাকী মহিলাৰে ঘৰ বকো অঞ্চলত।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাস্থলীত বকো আৰক্ষী থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰাৰ লগতে মৃত মহিলা তিনিগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত টাটা এচিই বাহনখনৰ চালকগৰাকীকো সংকতজনক অৱস্থাত চি এম চি এইচত ভৰ্তি কৰোৱা হয়।

স্থানীয় ৰাইজে অঞ্চটোত দীৰ্ঘদিনৰ পৰা তীব্ৰ বেগী ডাম্পাৰ সমূহৰ দৌৰাত্মৰ বাবে বিভিন্ন সময়ত পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি অভিযোগ কৰি শীঘ্ৰে এনে ডাম্পাৰ সমূহক নাকী লগোৱাৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনায়।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd