• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বহিৰ্ৰাজ্যৰ পৰা বৰপেটালৈ আহিল ৪৯ জন: সৰভোগ,পাঠশালাত কৰা হ’ল কোৱাৰেন্টাইন

Sasanka Talukdar শশাংক তালুকদাৰ
বজালী , May 16, 2020 6:46 am

1 min read

IMG_20200516_011352

ফটো: নৰ্থইষ্ট নাও

702
VIEWS
Share on FacebookShare on Twitter

বহিৰ্ৰাজ্যৰ পৰা আহি শুকুৰবাৰে আবেলিলৈ বৰপেটা জিলাত ৪৯ জন লোকে প্ৰবেশ কৰিছে।

পুৱতি নিশাতে পাটাছাৰকুছিৰে জিলাখনত প্ৰৱেশ কৰা ৯ জন লোকক পাটাছাৰকুছি পৰিদৰ্শন বাংলাত স্বাস্থ্য পৰীক্ষাৰ পিছত পাঠশালাৰ হোটেল অভিনন্দত কোৱাৰেন্টাইন কৰা হৈছে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে, তেওঁলোকৰ মাজৰ দুজন দিল্লীৰ, ৫ জন তামিলনাডুৰ আৰু ২ জন পশ্চিম বংগৰ পৰা ৰে’লেৰে আহি গুৱাহাটীত নামিছিল।

ইপিনে ৰে’লেৰে কাহিলীপুৱাতে কোকৰাঝাৰ ষ্টেচনত নমা বৰপেটা জিলাৰ আন ৪০ জন যাত্ৰীক গাড়ীৰে আনি সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা হৈছে।

তেওঁলোক ঝাৰখণ্ড,বিহাৰ,পশ্চিম বংগ আৰু হাৰিয়ানাৰ পৰা আহিছিল।

কোভিড- ১৯ পৰীক্ষাৰ বাবে সকলোৰে খেকাৰৰ নমুনা স্বাস্থ্য বিভাগৰ দলে ইতিমধ্যে সংগ্ৰহ কৰিছে।

আনহাতে, নিশাৰ ভাগত কোকৰাঝাৰ হৈ আন এটি দল বৰপেটা জিলালৈ আহি থকা বুলি জানিব পৰা গৈছে।

ইয়াৰ বাবে জিলা প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। এই সকল লোকক ৰখাৰ বাবে সৰভোগৰ বৰনগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়খনকো সাজু কৰি ৰখা হৈছে।

Tags: COVID-19

Recent News

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

a mime

ইউটিউব লাইভ আৰু ফেচবুক লাইভ যোগে পঞ্চম বাৰ্ষিক ৰাষ্ট্ৰীয় ভাৰ্চুৱেল মূকাভিনয় মহোৎসৱ

aaa rrrr

তিনি বছৰ ধৰি ৪৪ জন আত্মীয়ই ধৰ্ষণ কৰিলে কিশোৰীক, ক’ত ঘটিছে এই পাশৱিক ঘটনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd