• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ভাৰতবৰ্ষৰ ভাৱমূৰ্তি ম্লান কৰাত পশ্চিমীয়া সংবাদ মাধ্যমৰ অৰিহনা অধিক’: ফ্ৰাঁছোৱা গতিয়েৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 27, 2019 7:36 am
IMG-20191026-WA0080-1

ভাৰতত কৰ্মৰত জ্যেষ্ঠ ফৰাচী সাংবাদিক ফ্ৰাঁছোৱা গতিয়েৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘’পৃথিৱীৰ অন্যতম প্ৰাচীন সভ্যতা সংস্কৃতিৰে সমৃদ্ধ ভাৰতবৰ্ষৰ ভাৱমূৰ্তি আন্তৰ্জাতিক প্ৰেক্ষাপটত ম্লান কৰাত ভূমিকা গ্ৰহণ কৰি আহিছে পশ্চিমীয়া দেশৰ একাংশ সংবাদ মাধ্যমে।‘’

এই মন্তব্য ভাৰতত কৰ্মৰত জ্যেষ্ঠ ফৰাচী সাংবাদিক ফ্ৰাঁছোৱা গতিয়েৰৰ।

Apply Now

মহানগৰীৰ সাংবাদিক সকলৰ লগত হোৱা এক বাৰ্তালাপত গতিয়েৰে পশ্চিমৰ বেছিভাগ সাংবাদিকে ভাৰতক হেয় দৃষ্টিৰে চোৱাৰ প্ৰৱণতা পুহি ৰখা বুলি মন্তব্য কৰে।

অৱশ্যে ভাৰতীয় নাগৰিকৰ অবাঞ্ছিত সোৰোপালি আৰু নতুন প্ৰজন্মক গঢ় দিয়াত ভুল শিক্ষানীতি গ্ৰহনেও ইয়াত অৰিহনা যোগাইছে বুলি তেওঁ লগতে মন্তব্য কৰে।

গতিয়েৰে যুক্তি দেখায় যে বিদেশৰ সাংবাদিক সকলে মূলত দিল্লীলৈ আহি তাৰ পৰাই সমগ্ৰ ভাৰতৰ বাতৰি প্ৰেৰণ কৰে।

তদুপৰি, তেওঁলোক তিনি বা চাৰি বছৰৰ পাছত কৰ্তব্যৰ খাতিৰত অন্য ঠাইত গুচি  যায়। ভাৰতলৈ আহোতে তেওঁলোকে কিছু নেতিবাচক ধাৰণা লৈ আহে আৰু নিজৰ কাৰ্য্য কালত তাৰ সংশোধন নকৰাকৈয়ে তেওঁলোক আঁতৰি যায়।

পেৰিচত জন্ম গ্ৰহণ কৰি পশ্চিমীয়া শিক্ষাৰে শিক্ষিত আৰু বৰ্তমানেও বহুকেইখন ফৰাচী সংবাদ পত্ৰৰ নিয়মীয়া লিখক গতিয়েৰে বাখ্যা কৰে যে দিল্লীয়েই ভাৰতবৰ্ষ নহয়।

তেওঁ কয় যে দক্ষিণ ভাৰত অথবা পূব ভাৰতৰ পৰা দিল্লী বহু হাজাৰ কিলোমিটাৰ দূৰত অৱস্থিত। বেছিভাগ বিদেশী সাংবাদিকে ভাৰতবৰ্ষৰ দৰে এখন বিশাল আৰু  বিচিত্ৰ দেশক জানিবলৈ নিয়মীয়া ভ্ৰমণৰ প্ৰয়োজন। অন্যথা দিল্লীত তেওঁলোকে যি কথা ভাবে সমগ্ৰ দেশৰ নাগৰিকে তেনেধৰনে চিন্তা কৰে  বুলি ধৰি লব পাৰে।
দ্বিতীয়তে, এই সাংবাদিক সকলে ভাৰত সম্পৰ্কত তেওঁলোকৰ সম্পাদক সকলৰ ভুল বাখ্যা শুনি এই দেশলৈ আহে। তাৰ লগে লগে কিছু ভাৰতীয় সংবাদিকেও বিদেশী সংবাদ পত্ৰত  নিজৰ প্ৰবন্ধ প্ৰকাশৰ স্বাৰ্থত নিজ দেশৰ নেতিবাচক কথা
প্ৰচাৰ কৰে।

আনকি যুগ যুগ ধৰি লাঞ্চনা আৰু অৱমাননাৰ বলি হোৱা  হিন্দু সমাজকো অসহিষ্ণু বুলি প্ৰচাৰ কৰে। ফলত ভাৰতৰ ভাৱমূৰ্তি উজ্জলৰ পথ সদায় বাধাগ্ৰস্ত হৈ থাকে। অৱশ্যে শেহতীয়াকৈ বিকল্প সংবাদ মাধ্যমৰ প্ৰভাৱৰ ফলত এই দেশখনৰ ঐতিহ্য,সভ্যতা,সংস্কৃতিৰ চৰ্চাৰ পথ পুনৰ মুকলি হৈছে আৰু পশ্চিমীয়া দেশৰ সাধাৰণ নাগৰিকেও এই মাধ্যমৰ জৰিয়তে ভাৰত সম্পৰ্কত নিত্য নতুন তথ্য লাভ কৰিছে।

বিশিষ্ট সাংবাদিকগৰাকীয়ে লগতে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰি  কয় যে নতুন প্ৰজন্মক এই মহান দেশখনক লৈ গৌৰৱ কৰিবলৈ শিকোৱা নহয়। তেওঁলোকক ইউৰোপ আৰু আমেৰিকাৰ দেশৰ তুলনাত ভাৰতক নি:স্ব আৰু পিছপৰা বুলি পাকে প্ৰকাৰে বুজোৱা হয়।

আজি সমগ্ৰ পৃথিৱীত ভাৰতীয় মূলৰ বিজ্ঞানী,অৰ্থনীতিবিদ,অভিযন্তা, চিকিৎসক  আদিয়ে সেই দেশসমূহক সেৱা কৰি আহিছে। তদুপৰি তেওঁলোকে তাতেই নিগাজীকৈবাস কৰে আৰু তেওঁলোকৰ সতি-সন্ততি সকল ভাৰতীয় ভাব ধাৰাৰ
পৰা লাহে লাহে বিছিন্ন হৈ পৰে।

গতিয়েৰে আন দিশ তুলি ধৰি এজন সাধাৰণ ইজৰাইলি নাগৰিকৰ দৰে স্বদেশ আৰু স্বজাতিক ৰক্ষা কৰাৰ কাৰণে প্ৰয়োজনীয় সাহস আৰু সততা ভাৰতে শিকিব লগা আছে বুলি ব্যক্ত কৰে।

তেওঁ কয় যে ইজৰাইলি সকলে প্ৰাচীন ভাষা হিব্ৰুক পুনৰ প্ৰচলনৰ কাৰণে যি উদ্যোগ হাতত লৈছিল ভাৰতীয় সকলেও পৃথিৱীৰ অন্যতম প্ৰাচীন ভাষা সংস্কৃতক উজ্জীৱিত কৰিবলৈ  প্ৰয়াস কৰিব লাগে।

ভাৰতৰ দৰে বিচিত্ৰ ভাষা-ভাষী লোকৰ দেশত আদিভাষা সংস্কৃতে দেশৰ ঐক্য,সংহতি আৰু অখণ্ডতাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পেলাব পাৰিব।গতিয়েৰে অৱশ্যে সংস্কৃত ভাষাক সৰলীকৃত কৰি ডিজিটেল মাধ্যমৰে সংপৃক্তকৰণৰ দৰে প্ৰয়োজনীয় পদক্ষেপ লব লাগে বুলি মন্তব্য কৰে আৰু এনে উদ্যোগ যিমান সোনকালে লব পাৰে সিমানেই মংগল বুলি কয়।

স্বাধীনতাৰ পিছৰে পৰা দেশখনত প্ৰচলন হোৱা অবাঞ্ছিত ৰাজকীয় আদব কায়দাৰ সমালোচনা কৰি গতিয়েৰে ক্ষমতাসীন ৰাজনৈতিক ব্যক্তি, আমোলা,অথবা ধনাঢ্য ব্যক্তিৰ  ক্ষেত্ৰত প্ৰযোজ্য বহুনীতি সলনিৰ যুক্তি দৰ্শায়।

নিৰাপত্তা বেষ্টনীত থকাটো কোনো ব্যক্তিৰ  মৰ্য্যদাৰ প্ৰতীক হব নালাগে যি প্ৰৱণতা ভাৰতত এতিয়াও সুলভ। এনে ব্যৱস্থাৰ পৰিবৰ্তনে বহু পৰিমাণৰ ৰাজহৰ অপব্যৱহাৰ ৰোধ কৰাৰ লগতে শাসক আৰু জনগণৰ মাজৰ সম্পৰ্ক মৰ্য্যদাপূৰ্ণ হব
বুলি তেওঁ উল্লেখ  কৰে।

অন্যএক প্ৰসংগত গতিয়েৰে ভাৰতীয় সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত মাৰ্ক্সবাদী তথা বাওঁপন্থী সকলে  ক্ষতিকাৰক ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় যে সমগ্ৰ পৃথিৱীৰ পৰা এই ৰাজনৈতিক মতাদৰ্শ আজি বিলুপ্তিৰ পথত।

তেওঁ কয় যে কিউবা অথবা চীনত এতিয়া মাৰ্ক্সবাদতকৈ অধিক প্ৰাধান্য লাভ কৰিছে পুঁজিবাদী সকলে।

তেওঁ লগতে ভাৰতবৰ্ষৰ ইতিহাসৰ পুনৰ লিখনতো গুৰুত্ব আৰোপ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

মহাৰাষ্ট্ৰৰ চৰকাৰী চিকিৎসালয়ত মুকলি হ’ল ৫-ষ্টাৰ ৰেটিং ব্যৱস্থা

July 25, 2026 8:05 am
জাল জিৰা পানী খোৱাৰ উপকাৰিতা

জাল জিৰা পানী খোৱাৰ উপকাৰিতা

July 25, 2026 6:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd