• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মেট্ৰিমনিয়েল চাইটত প্ৰৱঞ্চনাৰ জাল ছলনাময়ীৰ, বিয়া পাতিবলৈ ঠিক কৰা নাৰীয়ে সোধালে ১ কোটি টকাৰ কোব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2023 9:00 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ মেট্ৰিমনিয়েল চাইটত প্ৰৱঞ্চনাৰ জাল পেলাইছে মোহময়ী নাৰীয়ে। মেট্ৰিমনিয়েল চাইটত দ্বাৰা চিনাকী হোৱা এগৰাকী মহিলাৰ সৈতে হোৱা আন্তৰিকতাৰ ফলতেই মূৰত ৰাম টাঙোন পৰিল অভিযন্তাৰ।

যোৱা জুন মাহত মেট্ৰিমনিয়েল চাইটত অদিতি পেটেল নামৰ এগৰাকী মহিলাৰ সৈতে যোগাযোগ হৈছিল কুলদ্বীপ পেটেল নামৰ এগৰাকী অভিযন্তাৰ। কুলদ্বীপ গুজৰাটৰ গান্ধী নগৰৰ নিবাসী।

Apply Now

ইয়াৰ পৰাই আৰম্ভ হৈছিল সকলো প্ৰৱঞ্চনা। অদিতিয়ে কুলদীপৰ আগত নিজকে ব্যৱসায়ী বুলি পৰিচয় দিছিল। অদিতিয়েৰ কৈছিল তেওঁৰ ব্ৰিটেইনত আমদানি-ৰপ্তানিৰ ব্যৱসায় আছে। 

অদিতিয়ে কুলদীপৰ সৈতে BanoCoin নামৰ এটা ক্ৰিপ্টোকাৰেন্সীৰ বিষয়ে আলোচনা কৰিছিল। ইয়াত বিনিয়োগ কৰি বৃহৎ টকা উপাৰ্জনৰ সপোন দেখুৱাইছিল অদিতিয়ে। কুলদীপেও বিশেষ একো নাভাবি অদিতিৰ কথা শুনি তাত টকা ঢলাৰ সিদ্ধান্ত ল’লে। তাত থকা এজন কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ ফোন নম্বৰটোও অদিতিয়ে দিলে কুলদীপক। সেই ফোন নম্বৰত কথা-বতৰা পাতি কুলদীপে বিনিয়োগৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিছিল।

সেই ক্ৰিপ্টোকাৰেন্সীত কুলদীপে প্ৰথমে জুলাই মাহত ১ লাখ টকা বিনিয়োগ কৰিছিল। আৰম্ভণিতে ভাল ৰিটাৰ্ণও পাইছিল। ইয়াৰ পিছত ভাল ৰিটাৰ্ণৰ লোভত অধিক বিনিয়োগ কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু কুলদীপে প্ৰায় ডেৰ-দুই লাখ টকা উলিয়াবলৈ চেষ্টা কৰাত কুলদীপৰ মূৰত যেন সৰগ ভাগি পৰিল। টকা উলিয়াবলৈ গৈ দেখিলে যে তেওঁৰ একাউণ্ট ফ্ৰীজ কৰা হৈছে।

তাৰ পিছত তেওঁ কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভৰ লগত যোগাযোগ কৰিলে। তাৰ পিছত তেওঁক কোৱা হ’ল যে একাউণ্টটো ঠিক কৰিবলৈ আৰু ৩৫ লাখ টকা বিনিয়োগ কৰিব লাগিব। কুলদীপেও সেই ধন বিনিয়োগ কৰিলে।  কিন্তু তাৰপিছতো একাউণ্ট ঠিক নহ’ল কুলদ্বীপৰ।

ইফালে অদিতিয়ে নুঠোৱা  হ’ল কুলদীপৰ ফোন। নিদিয়া হ’ব মেচেজৰ প্ৰতুত্তৰ। অৱশেষত তেওঁক প্ৰতাৰণা কৰা হৈছে বুলি উপলব্ধি কৰি তেওঁ আৰক্ষীৰ ওচৰলৈ গ’ল। যোৱা শনিবাৰে তেওঁ চাইবাৰক্ৰাইম থানাত লিখিত অভিযোগ দাখিল কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি জুলাইৰ পৰা আগষ্টৰ ভিতৰত কুলদীপ পেটেলে সেই ক্ৰিপ্টোকাৰেন্সিত ১৮ ৰাউণ্ডত মুঠ ১ কোটি ৩৪ লাখ টকা বিনিয়োগ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd