DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 15, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পূজা আয়োজনৰ নামত লিডুত শতাধিকৰ ধন লুটি অন্তৰ্ধান প্ৰবঞ্চক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
June 8, 2019 8:37 pm
510
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লিডুত পূজা আয়োজনৰ নামত শতাধিক পৰিয়ালৰ পৰা ধন সংগ্ৰহ কৰি এগৰাকী প্ৰবঞ্চক অন্তৰ্ধান হোৱাৰ বাতৰিয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে গাঁৱৰ ৰাইজৰ মাজত থকা অত্যাধিক অন্ধবিশ্বাসৰ সুযোগ লৈ কয়লানগৰী খ্যাত লিডুৰ শতাধিক পৰিয়ালক সমীৰ দত্ত নামৰ এগৰাকী ব্যক্তিয়ে এই কাণ্ড সংঘটিত কৰে।

স্থানীয় ৰাইজে জনোৱা অনুসৰি প্ৰায় এসপ্তাহৰ আগত নিজকে সমীৰ দত্ত বুলি পৰিচয় দিয়া এজন লোকে আহি গাঁওবাসীক সপোনত মা শীতলা দেখা পোৱা বুলি কৈছিল। সপোনত মা শীতলাই গাঁওখনত পূজা আয়োজনৰ নিৰ্দেশ দিয়া বুলি কৈ তেওঁ পূজা আয়োজনৰ নামত ১০৮ টা পৰিয়ালৰ পৰা ১০ হাজাৰতকৈ অধিক টকা সংগ্ৰহ কৰে।

নিৰ্ধাৰিত দিন অনুযায়ী আজি মা শীতলা পূজা আয়োজনৰ কথা, আনকি পূজাৰ ভোগো প্ৰস্তত হ’ল। কিন্তু পূজাৰ আগদিনাৰ পৰা ৰাইজৰ বৰঙণি নিজৰ হাতত মজুত ৰখা সমীৰ দত্তৰ কোনো খবৰ নাই। আনকি তেওঁৰ মোবাইলত ফোন কৰিলেও চুইচ অফ দেখায়।

আনহাতে নিজকে জাগুনৰ বুলি পৰিচয় দিয়া ব্যক্তিজনৰ ঠিকনা অনুযায়ী খা-খবৰ কৰিবলৈ গৈ ভুক্তভোগী ৰাইজে গম পালে, ‘তেনে নামৰ কোনো ব্যক্তি জাগুনৰ মিৰি গাৱঁত নাই’।

অৱশ্যে মা শীতলাক সপোনত দেখা প্ৰবঞ্চক সমীৰ দত্তক বিচাৰি নাপালে যদিও গাঁৱৰ ৰাইজে মিলি পূজাখন সম্পুৰ্ণ কৰে।

Recent News

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

Arctic warming বিজ্ঞানীৰ ঘোষণাত ভয়াৱহ দিনৰ ইংগিতঃ পৃথিৱীৰ অইন ঠাইতকৈ চাৰিগুণে বৃদ্ধি পাইছে মেৰুৰ উষ্ণতা!

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

মিডিয়া-আৰ্কাইভ-কাম-নৰ্থ ইষ্ট ৰেফাৰেঞ্চ লাইব্ৰেৰীঃ এটা আধৰুৱা সপোন

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে…  জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে… জাতীয় পতাকাৰ আৰ্হি প্রস্তত কৰোতা পিংগলি ভেংকায়াক স্মৰণ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

স্বাধীনতাৰ ৭৫ বছৰ আৰু পৰিৱেশৰ অধিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd