• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত বিনামূলীয়া কৰ্কট ৰোগ চিনাক্তকৰণ শিবিৰৰ আয়োজন

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
June 6, 2019 12:57 pm
681
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ চহৰৰ মিলন মন্দিৰত মাৰোৱাৰী যুৱ মঞ্চ শিৱসাগৰ শাখা, প্ৰগতি শাখা আৰু শ্ৰী মাৰোৱাৰী পঞ্চায়ত জনদতব্য সমিতিয়ে জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অহা ৯ জুনত কেন্সাৰ ৰোগ পৰীক্ষা আৰু সজাগতা শিবিৰৰ আয়োজন কৰিছে।

পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হ’বলগীয়া উক্ত শিবিৰত মুখমণ্ডলৰ কেন্সাৰ, হাওঁফাওঁ কেন্সাৰ, স্তন কেন্সাৰ, ডিঙিৰ কেন্সাৰকে ধৰি  ভালেকেইটা কেন্সাৰৰ বিনামূলীয়া পৰীক্ষা কৰা হ’ব। এখন বিশেষ অত্যাধুনিক বাহনত সংযোজিত হৈ থকা কেন্সাৰ স্কেনিং চেণ্টাৰত অতি কম সময়তে ৰোগীসকলক এক্সৰে, মামগ্ৰাফী, থ্ৰত এণ্ডছক’পি, অৰেল চেকআপ আদি পৰীক্ষা কৰোৱা হ’ব।

উল্লেখযোগ্য অসমৰ আন আন জিলাৰ তুলনাত শিৱসাগৰ জিলাত কৰ্কট ৰোগীৰ সংখ্যা দিনক-দিনে বৃদ্ধি পাইছে। এনে পৰিস্থিতিত মাৰোৱাৰী যুৱ মঞ্চ শিৱসাগৰ শাখা, প্ৰগতি শাখা আৰু শ্ৰী মাৰোৱাৰী পঞ্চায়ত জনদতব্য সমিতিয়ে গ্ৰহণ কৰা উক্ত পদক্ষেপক জনসাধাৰণে শলাগ লৈছে।

বিগত বৰ্ষত অনুষ্ঠিত হোৱা একেধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত স্বেচ্ছাসেৱী অনুষ্ঠানকেইটাই কেইবা শতাধিক লোকক উপকৃত কৰিছিল। কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে আগতীয়াকৈ পঞ্জীয়ন  কৰিবলৈ বা সবিশেষ জানিবলৈ ৯৪৩৫০৫৫৪২৩, ৯৪৩৫১৫৫৩৮৮, ৯৯৫৪৪৭৪৬৫৪ আৰু ৮৮৭৬৯৮৫৬৯৯ নম্বৰত যোগাযোগ কৰিবলৈ সভাপতি চম্পালাল আগৰৱালা, সম্পাদক ঋষভ আগৰৱালা, উপদেষ্টা হেমন্ত কেজিৰৱাল আৰু যুটীয়া সম্পাদক পৱন কেজৰিৱাল, বিনিত আগৰৱালাই আহ্বান জনাইছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd