• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ”মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা” মুকলি

NE NOW NEWS এন ই নাও নিউজ
নগাঁও , September 23, 2018 7:10 am

1 min read

c50757e2-7210-4337-89c6-ce58a5b49e7f

মুখ্যমন্ত্ৰী বিনামূলীয়া চিটি স্কেন সেৱা মুকলি কৰাৰ সময়ত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা। ফটো : নৰ্থইষ্ট নাও

170
VIEWS
Share on FacebookShare on Twitter

”আৰ্থিক দুৰৱস্থা স্বাস্থ্যৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে। এই ক্ষেত্ৰত আমি এখোপ আগুৱাই গৈছো। সকলো লোকৰ বাবে এই সেৱা মুকলি কৰা হৈছে।” শনিবাৰে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ”মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা” মুকলি কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই এইদৰে কয়।

তেওঁ লগতে বিজেপি নেতৃত্বাধীন চৰকাৰে স্বাস্থ্যৰ ক্ষেত্ৰত আমোল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলিও উল্লেখ কৰে।

নগাঁৱৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, অতিৰিক্ত উপায়ুক্ত জয়ন্ত বৰা, জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল পাটৰ, নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ জে আহমেদৰ উপস্থিতিত অনুষ্ঠিত মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা মুকলি অনুষ্ঠানত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ বিভিন্ন বিভাগৰ ডাক্তৰ-নাৰ্চ, বিষয়া-কৰ্মচাৰীৰ লগতে জিলাখনৰ বহু কেইজন গণ্য-মান্য ব্যক্তি আৰু শতাধিক ৰাইজ উপস্থিত থাকে।

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ”মুখ্যমন্ত্ৰী বিনামূলীয়া চি টি স্কেন সেৱা” মুকলি হোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। বৃহত্তৰ নগাঁও অঞ্চলত চৰকাৰী স্বাস্থ্যসেৱাত এনেধৰণৰ ব্যয় সাপেক্ষ চিকিৎসাৰ সেৱা বিনামূলীয়াকৈ লাভ কৰিলে সৰ্বসাধাৰণ ৰাইজ উপকৃত হ’ব বুলিও ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd