• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাৰ উদ্দেশ্যে বোকাখাতত বিনামূলীয়া প্ৰশিক্ষণ

উত্তম শইকীয়া by উত্তম শইকীয়া
May 5, 2019 8:28 pm
IMG_20190505_120519

ফটো : নৰ্থ-ইষ্ট নাও

996
VIEWS
Share on FacebookShare on Twitter

প্ৰতিযোগিতামূলক পৰীক্ষাত যোগদান কৰিবলৈ ইচ্ছা প্রকাশ কৰা ছাত্ৰ-ছাত্ৰী সকলক পৰীক্ষাৰ প্রস্তুতি সম্পর্কে বিনামূলীয়া প্রশিক্ষণ প্রদান কৰাৰ ব্যৱস্থা হাতত লৈছে বোকাখাত মহকুমা প্রশাসনে।

এই উদ্দেশ্য আগত ৰাখিয়েই বোকাখাত মহকুমা প্রশাসনৰ উদ্যোগত আজিৰ পৰা বোকাখাতত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিনামূলীয়া প্রশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ হৈছে।

এই প্ৰশিক্ষণ কাৰ্যসূচীৰ আজিৰ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰি ভাৰতীয় প্ৰশাসনিক বিষয়া বীৰেন্দ্র মিট্টালে প্রশাসনিক সেৱাৰ বিষয়া হ’বলৈ কিদৰে প্রস্তুতি চলাব লাগিব সেই বিষয়ে পৰামৰ্শ আগবঢ়োৱাৰ লগতে ছাত্র-ছাত্রী সকলক সময়ৰ সদ ব্যৱহাৰ কৰিবলৈও উপদেশ দিয়ে।

অনুষ্ঠানত বোকাখাতৰ মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে মহকুমা প্ৰশাসনৰ এই পদক্ষেপক সহযোগিতা আগবঢ়াবলৈ সকলোকে আহ্বান জনায়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ এই বিনামূলীয়া প্রশিক্ষণ অহা ১১ মে’ৰ পৰা প্রতি শনিবাৰ আৰু দেওবাৰে পুৱা ১০.০০ বজাৰপৰা ১২.০০ বজালৈকে আৰু দিনৰ ১,০০ বজাৰপৰা বিয়লিৰ ৩.০০ বজাৰলৈকে প্ৰদান কৰা হ’ব।

বোকাখাতৰ ৰাজহ চক্ৰ বিষয়া খনীন্দ্র দাসে আঁত ধৰা আজিৰ অনুষ্ঠানত নির্বাচনী বিষয়া নীতিশা বৰা, সহকাৰী আয়ুক্ত শান্তুনু গগৈ আৰু ৰননময় ভৰদ্বাজ, মহকুমা আৰক্ষী বিষয়া কল্যাণ কুমাৰ দাস, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শর্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভবানন্দ কলিতা, বোকাখাত জে.ডি.এছ.জি কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ বাবুলাল মাৰেৰ লগতে বহুতো ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে এই প্ৰশিক্ষণৰ বাবে ইতিমধ্যেই তিনি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম পঞ্জীয়ন কৰিছে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd