• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণি পুখুৰী আশ্ৰয় শিবিৰত থকা উচ্ছেদিত ৰাইজৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
June 24, 2019 10:11 pm
Medical Camp

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰৰ পুৰণি পুখুৰী আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা প্ৰায় ৮০ জন উচ্ছেদিত লোকৰ মাজত দেওবাৰে ঐক্যবদ্ধ সংগ্ৰামী মঞ্চৰ আহ্বানত বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিয়ে এক বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে।

উক্ত স্বাস্থ্য শিবিৰত শিশুৰ পৰা বৃদ্ধলৈকে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে। আনহাতে জাতীয়তাবাদী যুৱ পৰিষদে এই সকল ৰাইজৰ সুবিধাৰ্থে এটা দমকল স্থাপন কৰি দি এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰি দিয়ে।

ইফালে দুয়োটা সংগঠনে জিলা প্ৰশাসনক অতি শীঘ্ৰে এই উচ্ছেদিত পৰিয়াল কেইটাক পুনৰ সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে।

উল্লেখ্য যে প্ৰায় ৪০ বছৰ ধৰি  বসবাস কৰি অহা ভূমীহীন দুখীয়া কৈৱৰ্ত জনগোষ্ঠীয় এই পৰিয়াল কেইটাৰ ওপৰত যোৱা ১১ মে’ত প্ৰশাসনে উচ্ছেদ কাৰ্য চলাইছিল। সেইদিনাই স্থানীয় ৰাইজ আৰু কৈৱৰ্ত ছাত্ৰ সন্থাই পুৰণি পুখুৰীৰ পাৰৰ ৰাজহুৱা ৰংগমঞ্চত এটা অস্থায়ী শিবিৰ স্থাপন কৰি দিছিল আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত তাতেই প্ৰায় ৮০ জন লোকে ৰ’দে বৰষুণে আশ্ৰয় লৈ আছে।

এটা সৰু ৰংগ মঞ্চত একেলগে ইমান সংখ্যক লোকে থাকিব লগীয়া হোৱাত বহুত অসুবিধাৰ সৃষ্টি হৈছে লোকসকলৰ। এতিয়াও তেওঁলোকে চৰকাৰ বা প্ৰশাসনে কিবা সু ব্যৱস্থা কৰি দিব বুলি আশা কৰি আছে যদিও প্ৰকৃততে কিন্তু জিলা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা নাই এই সকল লোকক।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd