DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি-চিপিএম কৰ্মীৰ সংঘৰ্ষত ৰক্তাক্ত ত্ৰিপুৰা, বহু বাহনত অগ্নিসংযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2021 9:19 am
Tripura
162
VIEWS
Share on FacebookShare on Twitter

শাসকীয় বিজেপি আৰু বিৰোধী চিপিএম দলৰ সমৰ্থকৰ মাজত লগা ৰক্তক্ষয়ী সংঘৰ্ষত উত্তপ্ত হৈ পৰিছে ত্ৰিপুৰা।

দুদিন পূৰ্বে ৰাজ্য খনৰ চিপাহীজালা জিলাত দুয়োটা দলৰ সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষৰ অন্তত আজি পুনৰ চাৰিটা স্থানৰ পৰা সংঘৰ্ষ লগাৰ খবৰ আহিছে।

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাতো সংঘৰ্ষৰ দাবানল বিয়পি পৰিছে।

শেহতীয়া তথ্য অনুসৰি এই সংঘৰ্ষত এতিয়ালৈকে ১০ জন লোক গুৰুতৰ ভাবে আহত হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ত্ৰিপুৰাৰ গোমাটি জিলাৰ উদয়পুৰ ,চিপাহীজালা জিলাৰ বিশালগড়,আগৰতলাৰ হাপানিয়া আৰু পশ্চিম ত্ৰিপুৰা জিলাৰ মেলাৰমাথত বিজেপি আৰু চিপিএম কৰ্মীৰ মাজত সংঘৰ্ষ লাগিছে।

সংঘৰ্ষত লিপ্ত হোৱাসকলে ৬ খন বাহন জ্বলাই দিয়া বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।

চিপিএমৰ কৰ্মীসকলে অভিযোগ কৰা অনুসৰি বিজেপিৰ কৰ্মীসকলে চিপিএমৰ ৰাজ্যিক সমিতিৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাইছে।

উদয়পুৰত আনকি তহলদাৰী আৰক্ষীৰ ওপৰতো আক্ৰমণ সংঘটিত হোৱাৰ খবৰ আহিছে।

ৰাজ্য খনৰ সংঘষ বিধ্বস্ত জিলা কেইখনত অধিক হাৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে যদিও পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই।

ইপিনে এনে সংঘৰ্ষৰ ঘটনাৰ আঁৰত বিজেপিৰ ষড়যন্ত্ৰ নিহিত থকা বুলি অভিযোগ কৰি চিপিএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কৈছে যে ত্ৰিপুৰাত শাসকীয় বিজেপিয়ে বিৰোধীক কিয় ইমান ভয় কৰিছে সেয়াহে লক্ষ্যণীয় কথা।

উল্লেখ্য ত্ৰিপুৰাত বিজেপিয়ে শাসনভাৰ লোৱাৰ পিছৰে পৰা ৰাজ্য খনৰ বহু ঠাইত চিপিএম কৰ্মীৰ ওপৰত বিজেপি কৰ্মীয়ে আক্ৰমণ সংঘটিত কৰি অহাৰ অভিযোগ উঠি আহিছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd