DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড SOP, কি আছে নতুন SOP ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 2, 2021 7:16 pm
face-masks-750x375

প্ৰতিনিধিত্বমূলক ফটো।

419
VIEWS
Share on FacebookShare on Twitter

কোভিড সংক্ৰমণৰ ক্ষেত্ৰত উদ্বেগজনক স্থিতিত থকা দেশৰ  ১০ খন ৰাজ্যৰ ৪৬ খন জিলাৰ ভিতৰত অসমৰো একাধিক জিলা আছে।

এনে সময়তে আজি ৰাজ্য চৰকাৰ দুৰ্যোগ প্ৰশমণ বিভাগে প্ৰকাশ কৰিছে নতুন কোভিড SOP। কাইলৈ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হ’ব এই নতুন SOP ।

নতুন কোভিড SOPত পূৰ্বৰ তুলনাত কেতবোৰ নিয়ম শিথিল কৰা পৰিলক্ষিত হৈছে। কি আছে নতুন কোভিড SOP ত?

ৰাজ্যৰ কোনো এখন জিলাই সম্পূৰ্ণ সান্ধ্য আইনৰ কৱলত নাথাকিব।

গোলাঘাট আৰু লখিমপুৰ জিলাত সকলো দোকান-পোহাৰ, হোটেল- ৰেষ্টুৰেণ্ট,   ধাবা, শ্ব’ৰুম আদি দিনৰ ২ বজালৈকে খোলা ৰাখিব পাৰিব। অন্যান্য জিলাসমূহত বিয়লি ৪ বজালৈকে খোলা ৰাখিব পাৰিব সকলো দোকান-পোহাৰ আদি।

কোভিডৰ সংক্ৰমণ উদ্বেগজনক হৈ থকা লখিমপুৰ আৰু গোলাঘাটত দিনৰ ২  বজাৰ পৰা পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন বাহাল থাকিব।ৰাজ্যৰ আন জিলাসমূহত সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৫ বজালৈকে বাহাল থাকিব সান্ধ্য আইন।

 পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃ জিলা যাতায়াত ব্যৱস্থা।

লখিমপুৰ আৰু গোলাঘাটত ফল-মূল, গেলামালৰ দোকান, গাখীৰ আদিৰ দোকান  বিয়লি ৫ বজালৈকে খোলা ৰাখিব পাৰিব।

বিয়া,, মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত সৰ্বাধিক ১০ জন লোক  উপস্থিত থাকিব পাৰিব।

সকলো লোকেই ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিব লাগিব।

ৰাজহুৱা পৰিবহণ সেৱাৰ বাহন ক’ৰ’না বিধি পালন কৰি চলাব পৰা যাব।

অবৈধ সুৰাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd