• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুনৰ উত্তপ্ত মণিপুৰ! নিৰাপত্তাৰক্ষীৰ সৈতে কুকি গোষ্ঠীৰ প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, আহত বহু লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 8:37 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুকি গোষ্ঠীৰ প্ৰতিবাদকাৰীৰ সৈতে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষত পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ। এই ঘটনাত প্ৰতিবাদকাৰীৰ বহু লোক আহত হয়। ৰাজ্যখনৰ কাংপোকপি জিলাত সংঘটিত হৈছে এই ঘটনা।

কিছুদিন পূৰ্বে সেনাবাহিনীয়ে পাহাৰীয়া অঞ্চলত কুকি গোষ্ঠীৰ বাংকাৰ ভাঙি পেলোৱাৰ কাম কৰিছিল। সেই কামত বাধা দিয়াত সংঘৰ্ষৰ সৃষ্টি হয়। শুকুৰবাৰে এই উদ্দেশ্যে সেনাবাহিনীৰ যান-বাহন বন্ধ কৰিবলৈ পথ অৱৰোধ কৰাৰ সিদ্ধান্ত লয়।

Apply Now

এই সময়তে সেনাবাহিনীয়ে বাধা দিয়াৰ লগে লগে কুকি গোষ্ঠীৰ প্ৰতিবাদকাৰীসকলে জিলাখনৰ উপ আয়ুক্তৰ কাৰ্যালয়ত শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে সেনাই কন্দুৱা গেছ আৰু শূন্যলৈ গুলী নিক্ষেপ কৰি তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে। তাত বহু লোক আহত হয়।

মণিপুৰৰ কাংপোকপি জিলাৰ লয়চিং ৰিজ অঞ্চলত সোমবাৰে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰি ভাৰতীয় সেনা, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে। সেই অভিযানত এম ৭৯ গ্ৰেনেড লঞ্চাৰ, স্নাইপাৰ, এটা চিংগল বেৰেল গান আৰু দুটা ৯ এম এম পিষ্টলকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰা হয়।

অভিযানৰ সময়ত নিৰাপত্তা বাহিনীয়ে মহিলাসকলৰ পৰা বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেই সময়ত তেওঁলোকৰ বিৰুদ্ধে লাঠিচাৰ্জৰ অভিযোগ উত্থাপন হৈছিল। পৰিস্থিতি উত্তেজনাপূৰ্ণ আছিলেই, শুকুৰবাৰৰ ঘটনাই যেন পৰিস্থিতি অধিক অৱনতি ঘটালে।

গাঁওখনৰ পৰা নিৰাপত্তা বাহিনী আঁতৰোৱাৰ দাবীত কাৰ্যালয়ত আক্ৰমণ চলোৱা হয়। এই আক্ৰমণত অধীক্ষকৰ কাৰ্যালয়ৰ উপৰিও কেইবাখনো আৰক্ষীৰ গাড়ীও ভাঙি পেলোৱা হয়।

উল্লেখ্য যে যোৱা বছৰৰ মে’ মাহৰ পৰা মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰ উত্তপ্ত হৈ আছে। এই পৰ্যন্ত ২৫০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। হাজাৰ হাজাৰ লোকে ঘৰ-দুৱাৰ হেৰুৱাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

October 29, 2026 10:05 am
ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

October 29, 2026 8:40 am
প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

প্ৰেমৰ ছলনাৰে মাতি নি ৩৮ জনক হত্যা কৰি মাংস ভক্ষণ! উগাণ্ডাত কুখ্যাত নৰখাদক গ্ৰেপ্তাৰ, ৰাজহুৱা মৃত্যুদণ্ডৰ ঘোষণা

October 29, 2026 7:39 am
ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

ন্যায় বিচাৰি কৰ্ট-কাছাৰীৰ দুৱাৰে দুৱাৰে গৰিমা শইকীয়া গাৰ্গ : এইবাৰ হস্তক্ষেপ  বিচাৰি ৰাজ্যপালক স্মাৰক পত্ৰ জুবিন পত্নীৰ

October 28, 2026 9:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

৪০ হাজাৰৰ ঔষধ এতিয়া মাত্ৰ ২,৭২০ টকাত! উচ্চতম ন্যায়ালয়ৰ ধমকৰ পাছতে ৯০ শতাংশ পৰ্যন্ত সস্তা হ’ল কেন্সাৰৰ ঔষধ

October 29, 2026 10:05 am
ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

ফেচবুক-ইনষ্টাগ্ৰামৰ নিচাত ক্ষতিগ্ৰস্ত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য! আমেৰিকাত মাৰ্ক জুকাৰবাৰ্গৰ ‘মেটা’ৰ বিৰুদ্ধে গোচৰ

October 29, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd