• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰত্নপীঠ মহাবিদ্যালয়ত নৱাগত আদৰণি অনুষ্ঠান সম্পন্ন

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ by তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
December 23, 2021 9:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত চাপৰ থানা এলেকাৰ বহালপুৰৰ ওচৰত নাথপাৰা নামে ঠাইত অৱস্থিত এক মাত্ৰা উচ্চ শিক্ষাৰ অনুষ্ঠান “”ৰত্নপীঠ ” মহাবিদ্যালয়ৰ ২০২১-২০২২ শিক্ষাবৰ্ষৰ নৱাগত আদৰণি সভা কালি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।

পুৱা ৯;৩০ বজাত পতাকা উত্তোলনৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ ন-পুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি অনুষ্ঠান অনুষ্ঠিত হয় ৰাতিপুৱা ১১;০০ বজাত ।

Apply Now

ইপিনে দিনৰ ১ বজাৰ পৰা অধ্যক্ষ শ্বেখ হেদায়েতুল্লাহৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

ইপিনে আদৰণি পত্ৰ পাঠৰ পিছত নবাগত ছাত্ৰ- ছাত্ৰীৰ ওপৰত কৰা পুষ্প বৃষ্টি আছিল এটি অনন্য কাৰ্যসূচী।

সভাত মুখ্য অতিথি হিচাপে ভাষণ দি এন ডি ২৪ ৰ মুখ্য কাৰ্যবাহী সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাই কয় যে প্ৰশাসনিক ক্ষেত্ৰখন অসমীয়াৰ বাবে শূন্য হ’বলৈ গৈ আছে।

অসমৰ ছাত্ৰ- যুৱ সমাজে প্ৰশাসনিক ক্ষেত্ৰত প্ৰৱেশ কৰাৰ বাবে অধিক তৎপৰ হব লাগে।

জাতি – জনগোষ্ঠীগত পৰিচয়ৰ ক্ষেত্ৰত সংগঠন বোৰে কাম কৰক, সমস্যা নাই, কিন্তু সেই কৰিবলৈ যাওঁতে অতি সাম্প্ৰদায়িক হব নালাগে বুলি বাইলুং বৰুৱাই কয়।

সভাত ড° মিনতি কংসবনিক সোঁৱৰণী ছাত্ৰ বৃত্তি ছাত্ৰী বৰ্ণালী মেধিক প্ৰদান কৰে চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ অৰুণ কংসবণি্কে ।

এই মনোগ্ৰাহী সভাত উপস্থিত থাকে কলেজ পৰিচালনা সমিতিৰ সভাপতি ড° প্ৰভাস দাস, প্ৰতিষ্ঠাপক অধ্যক্ষ তথা ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায় , জ্যেষ্ঠ সহযোগী অধ্যাপিকা কমলা দেৱী সমন্বিতে অন্যান্য অধ্যাপক অধ্যাপিকা ক্ৰমে ড° সাহজাহান আলী সেখ, মঞ্জুলা দাস, গুল ৰৌশনাৰা বেগম, ওৱাছিম আৰিফ, মানিক চন্দ্ৰ সিংহ , তৰুণ কুমাৰ হালদাৰ, ড° মনীষা তালুকদাৰ, বৰ্ষা চাংমাই, ড° দেবনাথ নাৰ্জাৰী, মৃদুষ্মিতা নাথ, ছাদদাম হুছেইন, চৈতন্য কলিতা, ফিৰ্দৌছী বেগম, নাছমিন চুলতানা,প্ৰণীতা চৌধুৰী, চুলতানা চেনেহী বেগম আদি ।

ইপিনে এই সভাত শিক্ষক শিক্ষয়িত্ৰী ফালৰ পৰা বক্তৱ্য ৰাখে কমলা দেৱীয়ে। এই নৱাগত আদৰণি সভাৰ কাৰ্যসূচীয়ে ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি কৰিছে।

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd