DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অহা বছৰৰ পৰা কাগজৰ বটলত উপলব্ধ হ’ব বিশ্বৰ প্ৰসিদ্ধ Whiskey

এন ই নাও নিউজ by এন ই নাও নিউজ
July 15, 2020 9:06 am
408
VIEWS
Share on FacebookShare on Twitter

বায়ুমণ্ডলৰ পৰা প্ৰদূষণৰ মাত্ৰা কম কৰাৰ মানসেৰে বিশ্বৰ এটা প্ৰসিদ্ধ স্কটছ হুইচকি ব্ৰেণ্ড অহা বছৰৰ পৰা কাগজৰ বটলত উপলব্ধ হ’ব।

এই হুইচকি বনোৱা কোম্পানিটোৱে কয় যে প্ৰদূষণ কমোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে ২০২১ চনৰ পৰা কাগজৰ বটলত মুকলি কৰিম।

ইয়াৰ উপৰি কোম্পানিৰ মতে কাগজৰ বটল সমূহ ৰিচাইকেল কৰিব পৰা যাব আৰু ইয়াক অতি কম খৰচতে বনাব পৰা যাব।

এই স্কটছ হুইচকিৰ নাম হৈছে জনি ৱাকাৰ (Johnnie Walker)। জনি ৱাকাৰ বনোৱা কোম্পানি ডিয়াজিয়োৱে এই কামটোৰ বাবে পাইলট লাইট নামৰ এটা কোম্পানিৰ সৈতে চুক্তি কৰিছে।

জনি ৱাকাৰৰ বাবে ডিয়াজিয়োক কোম্পানিক পাইলট লাইট কোম্পানিয়ে কাগজৰ বটল যোগান ধৰিব। এই বটল সমূহ সম্পূৰ্ণৰূপে ৰিচাইকেল কৰিব পৰা বিধৰ হ’ব।

উল্লেখ্য যে জনি ৱাকাৰ বনোৱা কোম্পানি ডিয়াজিয়োৱে নিজৰ উৎপাদিত সামগ্ৰীত ৫ শতাংশতকৈও কম প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে।

প্লাষ্টিকৰ ব্যৱহাৰ নোহোৱা কৰাৰ বাবেই ডিয়াজিয়োৱে য়ুনিলিভাৰ আৰু পেপছিকোৰ সৈতে মিলি এই আঁচনি তৈয়াৰ কৰিছে।

Recent News

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

UP Couple Kills Daughter

অ’নাৰ কিলিং! গৰ্ভাৱস্থা পৰীক্ষাৰ কিট পোৱাৰ বাবেই যুৱতীক হত্যা নিজ পিতৃ-মাতৃৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd