DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এতিয়াৰ পৰা ছুটীত থকা কৰ্মচাৰীৰ লগত যোগাযোগ কৰিলে ভৰিব লাগিব জৰিমণা

এতিয়াৰ পৰা কাৰ্যালয়ৰ কোনো কৰ্মচাৰীয়ে যদি ছুটীত থকা কোনো কৰ্মচাৰীৰ পৰা সহায় বা কাম আদায় বিচাৰি অশান্তি দিয়ে তেন্তে তেওঁ এক লাখ টকাৰ জৰিমনা ভৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2023 11:22 am
140
VIEWS
Share on FacebookShare on Twitter

আজিৰ ডিজিটেল যুগত ছুটীত থাকিলেও কৰ্মচাৰী বা মালিকে ই-মেইল, মেছেজ, হোৱাটছএপ গ্ৰুপৰ মেছেজ বা ফোনৰ জৰিয়তে সহায় বিচৰাটো স্বাভাৱিক কথা হৈ পৰিছে।

জি নিউজ আৰু এনডিটিভিৰ বাতৰি অনুসৰি ভাৰতৰ মুম্বাইস্থিত ফেণ্টাচি স্প’ৰ্টছ প্লেটফৰ্ম ড্ৰিম১১য়ে কৰ্মচাৰী বাবে এক আইন প্ৰৱৰ্তন কৰিছে। এতিয়াৰ পৰা কাৰ্যালয়ৰ কোনো কৰ্মচাৰীয়ে যদি ছুটীত থকা কোনো কৰ্মচাৰীৰ পৰা সহায় বা কাম আদায় বিচাৰি অশান্তি দিয়ে তেন্তে তেওঁ এক লাখ টকাৰ জৰিমনা ভৰিব লাগিব।

‘ড্ৰিম ১১ আনপ্লাগ’ নামৰ এই নীতিৰ লক্ষ্য হৈছে ছুটীত থকা কৰ্মচাৰীসকলে যাতে নিজৰ সময় ভালদৰে কটাব পাৰে। এই নীতিৰ অধীনত ছুটীত থকা কৰ্মচাৰীৰ সৈতে আন কোনো কৰ্মচাৰীৰ কোনো আনুষ্ঠানিক যোগাযোগ নাথাকিব। কোনোবাই যোগাযোগ কৰিলে সেই কৰ্মচাৰীজনে ১ লাখ টকা জৰিমনা ভৰিব লাগিব।

কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক হৰ্ষ জৈন আৰু ভভিত শেথে কয় যে এই নতুন নীতিৰ অধীনত এবছৰৰ ভিতৰত এসপ্তাহৰ ছুটী লোৱাটো বাধ্যতামূলক। এই ছুটীৰ সময়ত কৰ্মচাৰীজনলৈ কোনো ধৰণৰ টেক্সট মেছেজ, ই-মেইল বা ফোন কল প্ৰেৰণ কৰা নহ’ব। এই ব্যৱস্থাৰ কাৰণ হ’ল ছুটীৰ সপ্তাহটো কৰ্মচাৰীজনে ভালদৰে কটাব লাগে।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd