• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ORS’ক লৈ কঠোৰ পদক্ষেপ কেন্দ্ৰৰ; প্ৰস্তুতকাৰীসকলৰ বাবে জাৰি কৰা হৈছে নতুন নিয়ম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2025 7:45 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াই (FSSAI) গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মঙলবাৰে এফ এছ এছ এ আইয়ে এক নিৰ্দেশনা জাৰি কৰে। তেওঁলোকে কয় যে এতিয়াৰ পৰা কোনো নিৰ্মাতা বা ব্ৰেণ্ডে তেওঁলোকৰ সামগ্ৰীত ORS (Oral Rehydration Salts) লেবেল ব্যৱহাৰ কৰিব নোৱাৰিব। যদিহে প্ৰডাক্টটো বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) অনুমোদিত হয়, তেতিয়াহে ইয়াত ORS ব্যৱহাৰ কৰিব পৰা যাব।

ইউনিচেফ (United Nations Children’s Fund)ৰ তথ্য অনুসৰি নিমখ আৰু চেনিৰ মিশ্ৰণ প্ৰস্তুত কৰি পানীত সেৱন কৰা হয়। সেয়া হ’ল অ’ আৰ এছ। ডায়েৰিয়া, হিট ষ্ট্ৰোক বা অন্যান্য শাৰীৰিক ৰোগৰ বাবে অতিৰিক্ত পানী প্ৰায়ে শৰীৰৰ পৰা ওলাই যায়। সেই সময়ত শৰীৰ ডিহাইড্ৰেশ্যন হৈ পৰে। সেই সময়ত শৰীৰত পানীৰ শুন্যতা পূৰণ কৰিবলৈ ORS সেৱন কৰা হয়।

Apply Now

আমেৰিকাৰ স্বাস্থ্য ৱেবছাইট হেল্থলাইনে সকীয়াই দিছে যে সাধাৰণতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি অ’ আৰ এছ সেৱন কৰিব লাগে। ইয়াৰ ভুল ব্যৱহাৰ বিপদজনক হ’ব পাৰে।

ইয়াৰ পূৰ্বে ২০২২ চনৰ ১৪ জুলাই আৰু ২০২৪ চনৰ ২ ফেব্ৰুৱাৰীৰ কেন্দ্ৰীয় নিৰ্দেশনা অনুসৰি ব্ৰেণ্ড নামৰ আগত বা পিছত অ’ আৰ এছ শব্দটো ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হৈছিল। এতিয়ালৈকে বহু ব্ৰেণ্ডে বিভিন্ন ফলৰ ৰসৰ পানীয়, নন-কাৰ্বনেটেড পানীয় আৰু ৰেডি টু ড্ৰিংক পানীয়কে ধৰি বহু সামগ্ৰীত অ’ আৰ এছ শব্দটো ব্যৱহাৰ কৰিছিল। কিন্তু তেওঁলোকে এই শব্দটো ব্যৱহাৰ কৰিব পাৰিছিল যদিহে প্ৰডাক্টটোত লিখা থাকে যে WHOৰ পৰামৰ্শ অনুসৰি প্ৰডাক্টটো ORS ফৰ্মুলাৰ নহয়। কিন্তু এতিয়া এই পুৰণি নিৰ্দেশনাবোৰ বাতিল কৰা হৈছে।

শিশু চিকিৎসক ডাঃ শিৱৰঞ্জনী সন্তোষে কেন্দ্ৰৰ এই পদক্ষেপক প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। তেওঁ লিখিছে, “আজিৰ পৰা WHO অনুমোদিত  ফৰ্মুলা নাথাকিলে কোনেও নিজৰ লেবেলত ORS ব্যৱহাৰ কৰিব নোৱাৰিব। কোনোৱে বিক্ৰীও কৰিব নোৱাৰিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm
ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm
২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

২০২৫ চনত বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন নিৰ্গমন কৰিলে আমেৰিকাই

June 30, 2026 6:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd