• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পূজাৰ বতৰত এটা ভাল খবৰ – হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 3, 2019 12:31 pm

1 min read

71.4k
VIEWS
Share on FacebookShare on Twitter

যোৱা কিছুদিন ধৰি পেট্ৰ’ল-ডিজেলৰ বৰ্ধিত মূল্যই সৰ্বসাধাৰণ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল যদিও দুৰ্গা পূজাৰ প্ৰাকক্ষণত হ্ৰাস পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য। আগন্তুক সপ্তাহত পেট্ৰ’ল-ডিজেলৰ মূল্য আৰু হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

কালি মাজনিশাৰ পৰা গুৱাহাটী মহানগৰীত প্ৰতি লিটাৰ পেট্ৰ’লত ৫৪ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৪৭ পইচাকৈ হ্ৰাস পাইছে।

ইয়াৰ লগে লগে আজি পেট্ৰ’লৰ দাম হৈছে প্ৰতি লিটাৰত ৭৬.৬৮ টকা। আনহাতে ডিজেলৰ দাম হ্ৰাস পাই হৈছেগৈ প্ৰতি লিটাৰত ৭০.৪৮ টকা।

অৱশ্যে ইয়াৰ বিপৰীতে বৃদ্ধি পাইছে ৰন্ধন গেছৰ দাম। ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰত ১৩.৫০ টকাকৈ দাম বৃদ্ধি পাইছে।  এতিয়া ৰন্ধন গেছৰ এটা চিলিণ্ডাৰৰ দাম হৈছে ৬৪৮ টকা।

উল্লেখযোগ্য যে যোৱা ১৪ ছেপ্তম্বৰত চৌদি আৰৱৰ চৰকাৰী তেল কোম্পানি চৌদি আৰামক’ৰ তেলৰ ঘাটিৰ ওপৰত ড্ৰ’ন আক্ৰমণৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ২০% বাঢ়িছিল। পৰিস্থিতি ক্ৰমাত সাধাৰণ হৈ অহাত পেট্ৰ’ল-ডিজেলৰ মূল্য আৰু হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Recent News

হাম দো হামাৰে দো  : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

হাম দো হামাৰে দো : প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা ৰাহুল গান্ধীৰ

index

পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি : দেশৰ এখন জিলাত পুনৰ পালন কৰিব দুদিনীয়া জনতা কাৰ্ফিউ

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

‘চৰকাৰৰ কাম ব্যৱসায় কৰা নহয়’ : ব্যক্তিগতকৰণৰ সমৰ্থনত প্ৰধানমন্ত্ৰীৰ চাফাই

pashim Guwahati Samasti

কি হ’ব পশ্চিম গুৱাহাটীত? মিত্ৰজোঁটত ফাঁট, বিজেপিৰ দাবী তেওঁলোকৰহে ভেটি শক্তিশালী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd