• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুসপ্তাহৰ ভিতৰতে চাৰিবাৰ! পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম; অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 25, 2026 8:12 am
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ব্যয়বহুল হৈ পৰিল ইন্ধনৰ দাম। সোমবাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য ২.৭১ টকা বৃদ্ধি পাইছে। আজিৰ পৰা গ্ৰাহকে বৃদ্ধি পোৱা মূল্যত পেট্ৰ’ল-ডিজেল ক্ৰয় কৰিব লাগিব।

পশ্চিম এছিয়াৰ সংঘাতৰ মাজতে দুসপ্তাহত চাৰিবাৰকৈ মূল্যবৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ আশংকা কৰিছে বহুতে। মধ্যবিত্ত শ্ৰেণীৰ মূৰত মাধমাৰ পৰিল। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে শনিবাৰে (২৩ মে’) পেট্ৰ’লৰ মূল্য ৮৭ পইচা আৰু ডিজেলৰ মূল্য ৯৭ পইচা বৃদ্ধি কৰা হৈছিল।

Apply Now

মূল্যবৃদ্ধিৰ বাবে ৰাজধানী দিল্লীত ইন্ধনৰ মূল্য ১০০ৰ সীমা অতিক্ৰম কৰিছে। প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০২.১২ টকা। আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৯৫.২০ টকা বৃদ্ধি পাইছে। চেন্নাইত এক লিটাৰ পেট্ৰ’ল ১০৭.৭৭ টকাত বিক্ৰী হৈছে আৰু ডিজেলৰ মূল্য ৯৫.৫৫।

কলকাতাত এক লিটাৰ পেট্ৰল ১১৩.৫১ টকাত কিনিব লগা হৈছে। আৰু প্ৰতিলিটাৰ ডিজেলৰ নতুন মূল্য ৯৯.৮২ টকালৈ বৃদ্ধি কৰা হৈছে। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইতো দেখা গৈছে একেই ছবি। প্ৰতি লিটাৰৰ মূল্য ২.৭২ টকা বৃদ্ধি পাইছে। ফলত পেট্ৰ’লৰ মূল্য ১১১.২১ টকা। আৰু ডিজেল বিক্ৰী হৈছে ৯৭.৮৩ পইচাত।

গুৱাহাটীত এক লিটাৰ পেট্ৰলৰ মূল্য ১০৩.৯৪ টকা হৈছে। ডিজেলৰ মূল্য ৯৪.৫০ টকা হৈছে।

সচেতন মহলৰ এটা অংশই বিশ্বাস কৰে যে মূল্যবৃদ্ধিৰ বাবে মধ্যবিত্ত শ্ৰেণীয়ে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’বলৈ গৈ আছে। ব্যক্তিগত গাড়ী আৰু বাইকত পেট্ৰ’ল ভৰোৱাৰ বাবে অতিৰিক্ত ধন খৰচ কৰাই নহয়, বাছ আৰু টেক্সিৰ ভাড়া বৃদ্ধিৰ সম্ভাৱনাও আছে। ইয়াতেই শেষ নহয়, বহুতে আশংকা কৰিছে যে পেট্ৰল-ডিজেলৰ দাম বৃদ্ধিয়ে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দামও বৃদ্ধি কৰিব।

পশ্চিম এছিয়াৰ উত্তেজনাৰ মাজতে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পেট্ৰল-ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰাৰ বাৰ্তা প্ৰদান কৰিছে। ইয়াৰ ভিতৰত আছে ইন্ধন তেল, ৰন্ধন গেছ, খাব পৰা তেল, সোণ, তাম, ৰাসায়নিক সাৰ। তেতিয়াৰ পৰাই মূল্যবৃদ্ধিৰ বিষয়ে জল্পনা-কল্পনা চলি আহিছে।

সংশ্লিষ্ট সূত্ৰৰ এটা অংশৰ মতে, ভৱিষ্যতে এই মূল্য আৰু বৃদ্ধি পাব পাৰে। মন কৰিবলগীয়া যে পশ্চিম এছিয়াৰ অশান্তিৰ মাজতে বিগত ১১ মাহত পেট্ৰ’ল-ডিজেলৰ মূল্যৰ সামান্য পৰিৱৰ্তন হোৱা দেখা গৈছে। অৱশ্যে যোগানৰ ক্ষেত্ৰত আশংকা সৃষ্টি হৈছিল। তেতিয়াৰ পৰাই চৰকাৰী তেল কোম্পানীসমূহে কেন্দ্ৰীয় চৰকাৰক মূল্য বৃদ্ধিৰ বাবে অনুৰোধ জনাই আহিছে।

ইয়াৰ পিছতে শুকুৰবাৰে (১৫ মে’) পেট্ৰ’ল-ডিজেলৰ মূল্য গড়ে ৩টকা প্ৰতি লিটাৰ আৰু চিএনজিৰ মূল্য ২ টকা বৃদ্ধি পায়।১৯ মে’ত পুনৰ মূল্য বৃদ্ধি হয়। পেট্ৰ’লৰ মূল্য আৰু ৯০ পইচা বৃদ্ধি। ইয়াৰ পিছত শনিবাৰে (২৩ মে’) পেট্ৰ’লৰ মূল্য ৮৭ পইচা আৰু ডিজেলৰ মূল্য ৯১ পইচা বৃদ্ধি কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd