• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পদ্ম বঁটা ২০২৪: চাওক বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2024 4:28 pm
Padma Award 2024
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে ভাৰতৰত্ন সন্মানৰ পিছতে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা বিজয়ীসকলৰ নাম। এই বৰ্ষত সৰ্বমুঠ ১৩২ গৰাকী ব্যক্তিলৈ এই পদ্ম সন্মান আগবঢ়োৱা হৈছে।

ইয়াৰে ৫ গৰাকীলৈ পদ্ম বিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ৩০ গৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ৯ গৰাকী ব্যক্তিলৈ মৰণোত্তৰভাৱে পদ্ম সন্মান আগবঢ়োৱা হৈছে।

পদ্ম বঁটা ২০২৪ প্ৰাপকৰ সম্পূৰ্ণ তালিকা তলত দিয়া হ’ল:

পদ্ম বিভূষণ

১) বৈজয়ন্তীমালা বালি
২) কনিডেলা চিৰঞ্জীৱী
৩) এম ভেংকায়া নাইডু
৪)বিন্দেশ্বৰ পাঠক (মৰণোত্তৰভাৱে)
৫) পদ্ম সুব্ৰহ্মণ্যম

পদ্ম ভূষণ

১) এম ফাতিমা বিবি (মৰণোত্তৰভাৱে)
২) হৰমুছজি এন কামা
৩) মিথুন চক্ৰৱৰ্তী
৪) সীতাৰাম জিন্দাল
৫) ইয়ং লিউ
৬) অশ্বিন বালাচান্দ মেহতা
৭) সত্যব্ৰত মূখাৰ্জী (মৰণোত্তৰভাৱে)
৮) ৰাম নাইক
৯) তেজস মধুসুদন পেটেল
১০) অলাঞ্চেৰী ৰাজাগোপাল
১১) দত্তত্ৰায় আম্বাদাস মায়ালু ওৰফে ৰাজদত্ত
১২) টোগডান ৰিনপোচে (মৰণোত্তৰভাৱে)
১৩) প্যাৰেলাল শৰ্মা
১৪) চন্দ্ৰেশ্বৰ প্ৰসাদ ঠাকুৰ
১৫) উষা উঠুপ
১৬) বিজয়কান্ত (মৰণোত্তৰভাৱে)
১৭) কুন্দন ব্যাস

পদ্মশ্ৰী

১) খলিল আহমদ
২) বদ্ৰাপ্পান এম
৩) কালুৰাম বামানীয়া
৪) ৰেজৱানা চৌধুৰী বন্যা
৫) নাছিম বানো
৬) ৰামলাল বাৰেথ
৭) গীতা ৰয় বৰ্মন
৮) পাৰ্বতী বৰুৱা
৯) সৰ্বেশ্বৰ বসুমতাৰী
১০) সোম দত্ত বট্টু
১১) তকদিৰা বেগম
১২) সত্যনাৰায়ণ বেলেৰী
১৩) দ্ৰোণ ভূঞা
১৪) অশোক কুমাৰ বিশ্বাস
১৫) ৰোহন বোপান্না
১৬) স্মৃতি ৰেখা চাকমা
১৭) নাৰায়ণ চক্ৰৱৰ্তী
১৮) এ ভেলু আনন্দ চাৰি
১৯) ৰাম ছেট চৌধুৰী
২০) কে চেল্লাম্মাল
২১) জোস্না চিনাপ্পা
২২) চাৰ্লট চপিন
২৩) ৰঘুবীৰ চৌধুৰী
২৪) জ’ ডি ক্ৰুজ
২৫) গুলাম নবী দাৰ
২৬) চিত্ত ৰঞ্জন দেববৰ্মা
২৭) উদয় বিশ্বনাথ দেশপাণ্ডে
২৮)প্ৰেমা ধনৰাজ
২৯) ৰাধা কৃষণ ধিমন
৩০) মনোহৰ কৃষণ দলে
৩১) পিয়েৰ চিলভেন ফিলিঅ’জাট
৩২) মহাবীৰ সিং গুড্ডু
৩৩) অনুপমা হোস্কেৰে
৩৪) ইয়াজদি মানেক্ষ ইটালিয়া
৩৫) ৰাজাৰাম জৈন
৩৬) জানকিলাল
৩৭) ৰতন কহৰ
৩৮) যশৱন্ত সিং কাঠোচ
৩৯) জাহিৰ আই কাজী
৪০) গৌৰৱ খান্না
৪১) সুৰেন্দ্ৰ কিশোৰ
৪২) দাসৰী কণ্ডপ্পা
৪৩) শ্ৰীধৰ মকম কৃষ্ণমূৰ্তি
৪৪/ য়ানুং জামোহ লেগো
৪৫) জৰ্ডান লেপচা
৪৬) সতেন্দ্ৰ সিং লোহিয়া
৪৭) বিনোদ মহাৰাণা
৪৮) পূৰ্ণিমা মাহাতো
৪৯) উমা মহেশ্বৰী ডি
৫০) দুখু মাঝি
৫১) ৰাম কুমাৰ মল্লিক
৫২) হেমচন্দ মাঞ্জী
৫৩) চন্দ্ৰশেখৰ মহাদেওৰাও মেশ্ৰম
৫৪) সুৰেন্দ্ৰ মোহন মিশ্ৰ (মৰণোত্তৰভাৱে)
৫৫) আলী মহম্মদ আৰু শ্ৰী ঘনী মহম্মদ (যুটীয়াভাৱে)
৫৬) কল্পনা ম’ৰপৰিয়া
৫৭) চামি মুৰ্মু
৫৮) শচীন্দ্ৰন মুথুভেল
৫৯) জি নাচিয়াৰ
৬০) কিৰণ নাডাৰ
৬১) পাকাৰাবুৰ চিথ্ৰাণ নামবুদিৰিপদ (মৰণোত্তৰভাৱে)
৬২) নাৰায়ণন ই পি
৬৩) শৈলেশ নায়ক
৬৪) হৰিশ নায়ক (মৰণোত্তৰভাৱে)
৬৫) ফ্ৰেড নেগ্ৰিট
৬৬ হৰি ওম
৬৭) ভাগবত পধন
৬৮) সনাতন ৰুদ্ৰ পাল
৬৯) শংকৰ বাবা পুণ্ডলিকৰাও পাপলকাৰ
৭০) ৰাধে শ্যাম পাৰীক
৭১) দয়াল মাৱজিভাই পৰমাৰ
৭২) বিনোদ কুমাৰ পাছায়ত
৭৩) ছিলবি পাছাহ
৭৪) শান্তি দেৱী পাছৱান আৰু শিৱন পাছৱান (যুটীয়াভাৱে)
৭৫) সঞ্জয় অনন্ত পাটিল
৭৬) মুনি নাৰায়ণ প্ৰসাদ
৭৭.কে এছ ৰাজনা
৭৮) চন্দ্ৰশেখৰ চন্নপটনা ৰাজন্নাচাৰ
৭৯) ভাগৱতীলাল ৰাজপুৰোহিত
৮০) ৰমালো ৰাম
৮১) নৱজীৱন ৰাস্তোগী
৮২) নিৰ্মল ঋষি
৮৩) প্ৰাণ সভাৰৱাল
৮৪) গাদ্দাম ছামাইয়া
৮৫) সাংথাংকিমা
৮৬) মাচিহান সাছা
৮৭) ওমপ্ৰকাশ শৰ্মা
৮৮) একলব্য শৰ্মা
৮৯) ৰাম চন্দৰ সিহাগ
৯০) হৰবিন্দৰ সিং
৯১) গুৰবিন্দৰ সিং
৯২) গোদাৱৰী সিং
৯৩) ৰবি প্ৰকাশ সিং
৯৪) শেশামপট্টি টি শিৱলিংগম
৯৫) স’মান্না
৯৬) কেথাৱথ সোমলাল
৯৭) শশী সোণী
৯৮) উৰ্মিলা শ্ৰীবাস্তৱ
৯৯) নেপাল চন্দ্ৰ সূত্ৰধৰ (মৰণোত্তৰভাৱে)
১০০) গোপীনাথ স্বয়ন
১০১) লক্ষ্মণ ভট্ট টাইলাং
১০২) মায়া টেণ্ডন
১০৩) অস্বতী থিৰুনাল গৌৰী লক্ষ্মী বায়ী থামপুৰাট্টি
১০৪) জগদীশ লভশংকৰ ত্ৰিবেদী
১০৫) চানো ভামুজো
১০৬) বালকৃষ্ণন সদানম পুথিয়া ভিটিল
১০৭) কুৰেল্লা বিত্তলাচাৰ্য্য
১০৮) কিৰণ ব্যাস
১০৯) জগেশ্বৰ যাদৱ
১১০) বাবু ৰাম যাদৱ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd