পদ্ম বঁটা ২০২৪: চাওক বঁটাপ্ৰাপকৰ সম্পূৰ্ণ তালিকা

Padma Award 2024

বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে ভাৰতৰত্ন সন্মানৰ পিছতে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা বিজয়ীসকলৰ নাম। এই বৰ্ষত সৰ্বমুঠ ১৩২ গৰাকী ব্যক্তিলৈ এই পদ্ম সন্মান আগবঢ়োৱা হৈছে।

ইয়াৰে ৫ গৰাকীলৈ পদ্ম বিভূষণ, ১৭ গৰাকীলৈ পদ্মভূষণ আৰু ১১০ গৰাকীলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হৈছে। বঁটাপ্ৰাপকসকলৰ ভিতৰত ৩০ গৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে ৯ গৰাকী ব্যক্তিলৈ মৰণোত্তৰভাৱে পদ্ম সন্মান আগবঢ়োৱা হৈছে।

পদ্ম বঁটা ২০২৪ প্ৰাপকৰ সম্পূৰ্ণ তালিকা তলত দিয়া হ’ল:

পদ্ম বিভূষণ

১) বৈজয়ন্তীমালা বালি
২) কনিডেলা চিৰঞ্জীৱী
৩) এম ভেংকায়া নাইডু
৪)বিন্দেশ্বৰ পাঠক (মৰণোত্তৰভাৱে)
৫) পদ্ম সুব্ৰহ্মণ্যম

পদ্ম ভূষণ

১) এম ফাতিমা বিবি (মৰণোত্তৰভাৱে)
২) হৰমুছজি এন কামা
৩) মিথুন চক্ৰৱৰ্তী
৪) সীতাৰাম জিন্দাল
৫) ইয়ং লিউ
৬) অশ্বিন বালাচান্দ মেহতা
৭) সত্যব্ৰত মূখাৰ্জী (মৰণোত্তৰভাৱে)
৮) ৰাম নাইক
৯) তেজস মধুসুদন পেটেল
১০) অলাঞ্চেৰী ৰাজাগোপাল
১১) দত্তত্ৰায় আম্বাদাস মায়ালু ওৰফে ৰাজদত্ত
১২) টোগডান ৰিনপোচে (মৰণোত্তৰভাৱে)
১৩) প্যাৰেলাল শৰ্মা
১৪) চন্দ্ৰেশ্বৰ প্ৰসাদ ঠাকুৰ
১৫) উষা উঠুপ
১৬) বিজয়কান্ত (মৰণোত্তৰভাৱে)
১৭) কুন্দন ব্যাস

পদ্মশ্ৰী

১) খলিল আহমদ
২) বদ্ৰাপ্পান এম
৩) কালুৰাম বামানীয়া
৪) ৰেজৱানা চৌধুৰী বন্যা
৫) নাছিম বানো
৬) ৰামলাল বাৰেথ
৭) গীতা ৰয় বৰ্মন
৮) পাৰ্বতী বৰুৱা
৯) সৰ্বেশ্বৰ বসুমতাৰী
১০) সোম দত্ত বট্টু
১১) তকদিৰা বেগম
১২) সত্যনাৰায়ণ বেলেৰী
১৩) দ্ৰোণ ভূঞা
১৪) অশোক কুমাৰ বিশ্বাস
১৫) ৰোহন বোপান্না
১৬) স্মৃতি ৰেখা চাকমা
১৭) নাৰায়ণ চক্ৰৱৰ্তী
১৮) এ ভেলু আনন্দ চাৰি
১৯) ৰাম ছেট চৌধুৰী
২০) কে চেল্লাম্মাল
২১) জোস্না চিনাপ্পা
২২) চাৰ্লট চপিন
২৩) ৰঘুবীৰ চৌধুৰী
২৪) জ’ ডি ক্ৰুজ
২৫) গুলাম নবী দাৰ
২৬) চিত্ত ৰঞ্জন দেববৰ্মা
২৭) উদয় বিশ্বনাথ দেশপাণ্ডে
২৮)প্ৰেমা ধনৰাজ
২৯) ৰাধা কৃষণ ধিমন
৩০) মনোহৰ কৃষণ দলে
৩১) পিয়েৰ চিলভেন ফিলিঅ’জাট
৩২) মহাবীৰ সিং গুড্ডু
৩৩) অনুপমা হোস্কেৰে
৩৪) ইয়াজদি মানেক্ষ ইটালিয়া
৩৫) ৰাজাৰাম জৈন
৩৬) জানকিলাল
৩৭) ৰতন কহৰ
৩৮) যশৱন্ত সিং কাঠোচ
৩৯) জাহিৰ আই কাজী
৪০) গৌৰৱ খান্না
৪১) সুৰেন্দ্ৰ কিশোৰ
৪২) দাসৰী কণ্ডপ্পা
৪৩) শ্ৰীধৰ মকম কৃষ্ণমূৰ্তি
৪৪/ য়ানুং জামোহ লেগো
৪৫) জৰ্ডান লেপচা
৪৬) সতেন্দ্ৰ সিং লোহিয়া
৪৭) বিনোদ মহাৰাণা
৪৮) পূৰ্ণিমা মাহাতো
৪৯) উমা মহেশ্বৰী ডি
৫০) দুখু মাঝি
৫১) ৰাম কুমাৰ মল্লিক
৫২) হেমচন্দ মাঞ্জী
৫৩) চন্দ্ৰশেখৰ মহাদেওৰাও মেশ্ৰম
৫৪) সুৰেন্দ্ৰ মোহন মিশ্ৰ (মৰণোত্তৰভাৱে)
৫৫) আলী মহম্মদ আৰু শ্ৰী ঘনী মহম্মদ (যুটীয়াভাৱে)
৫৬) কল্পনা ম’ৰপৰিয়া
৫৭) চামি মুৰ্মু
৫৮) শচীন্দ্ৰন মুথুভেল
৫৯) জি নাচিয়াৰ
৬০) কিৰণ নাডাৰ
৬১) পাকাৰাবুৰ চিথ্ৰাণ নামবুদিৰিপদ (মৰণোত্তৰভাৱে)
৬২) নাৰায়ণন ই পি
৬৩) শৈলেশ নায়ক
৬৪) হৰিশ নায়ক (মৰণোত্তৰভাৱে)
৬৫) ফ্ৰেড নেগ্ৰিট
৬৬ হৰি ওম
৬৭) ভাগবত পধন
৬৮) সনাতন ৰুদ্ৰ পাল
৬৯) শংকৰ বাবা পুণ্ডলিকৰাও পাপলকাৰ
৭০) ৰাধে শ্যাম পাৰীক
৭১) দয়াল মাৱজিভাই পৰমাৰ
৭২) বিনোদ কুমাৰ পাছায়ত
৭৩) ছিলবি পাছাহ
৭৪) শান্তি দেৱী পাছৱান আৰু শিৱন পাছৱান (যুটীয়াভাৱে)
৭৫) সঞ্জয় অনন্ত পাটিল
৭৬) মুনি নাৰায়ণ প্ৰসাদ
৭৭.কে এছ ৰাজনা
৭৮) চন্দ্ৰশেখৰ চন্নপটনা ৰাজন্নাচাৰ
৭৯) ভাগৱতীলাল ৰাজপুৰোহিত
৮০) ৰমালো ৰাম
৮১) নৱজীৱন ৰাস্তোগী
৮২) নিৰ্মল ঋষি
৮৩) প্ৰাণ সভাৰৱাল
৮৪) গাদ্দাম ছামাইয়া
৮৫) সাংথাংকিমা
৮৬) মাচিহান সাছা
৮৭) ওমপ্ৰকাশ শৰ্মা
৮৮) একলব্য শৰ্মা
৮৯) ৰাম চন্দৰ সিহাগ
৯০) হৰবিন্দৰ সিং
৯১) গুৰবিন্দৰ সিং
৯২) গোদাৱৰী সিং
৯৩) ৰবি প্ৰকাশ সিং
৯৪) শেশামপট্টি টি শিৱলিংগম
৯৫) স’মান্না
৯৬) কেথাৱথ সোমলাল
৯৭) শশী সোণী
৯৮) উৰ্মিলা শ্ৰীবাস্তৱ
৯৯) নেপাল চন্দ্ৰ সূত্ৰধৰ (মৰণোত্তৰভাৱে)
১০০) গোপীনাথ স্বয়ন
১০১) লক্ষ্মণ ভট্ট টাইলাং
১০২) মায়া টেণ্ডন
১০৩) অস্বতী থিৰুনাল গৌৰী লক্ষ্মী বায়ী থামপুৰাট্টি
১০৪) জগদীশ লভশংকৰ ত্ৰিবেদী
১০৫) চানো ভামুজো
১০৬) বালকৃষ্ণন সদানম পুথিয়া ভিটিল
১০৭) কুৰেল্লা বিত্তলাচাৰ্য্য
১০৮) কিৰণ ব্যাস
১০৯) জগেশ্বৰ যাদৱ
১১০) বাবু ৰাম যাদৱ