• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীৰ আশীৰ্বাদতে ৰাজ্য জয়: উৎফুল্লিত ‘মামা’ই দিলে সাফল্যৰ আঁৰৰ কিটিপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2023 2:17 pm
Madhya Pradesh election
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ভোটগণনা চলি আছে চাৰি ৰাজ্যৰ বিধানসভা নির্বাচনৰ। এই নিৰ্বাচনত বিজেপি-কংগ্ৰেছৰ মাজত তুমুল প্ৰতিদ্বন্দিতা হ’ব বুলি চলি থকা জল্পনা-কল্পনাৰ বিপৰীতে গৈ দুই ৰাজ্যত অনায়সে ক্ষমতা দখল কৰিবলৈ আগবাঢ়িছে বিজেপি।

মধ্য প্ৰদেশ আৰু ৰাজস্থানত যথেষ্ট আসনত আগবাঢ়ি থকা বিজেপিয়ে আশ্চৰ্যকৰভাৱে ছত্তীশগড়তো কংগ্ৰেছক পিছ পেলাই জয়ৰ সম্ভাৱনা গঢ়ি তুলিছে। দলটোৰ এনে সফলতাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

Apply Now

দুপৰীয়ালৈকে বিপুল আসনত আগবাঢ়ি থকা মধ্য প্ৰদেশত বিজেপিয়ে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতাত অব্যাহত থাকিব বুলি আত্মবিশ্বাসেৰে দাবী কৰিছে চৌহানে। বৰ্তমানলৈকে ২৩০ খন আসনৰে ১৬১ খন আসনত আগবাঢ়ি আছে দলটো।

দলৰ এই সাফল্যত উৎফুল্লিত শিৱৰাজ সিং চৌহানে এক টুইট যোগে কয় যে জনসাধাৰণৰ আশীৰ্বাদ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ষম নেতৃত্বৰ দ্বাৰা বিজেপিয়ে পুনৰ পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি তেওঁ নিশ্চিত।

‘भारत माता की जय, जनता जनार्दन की जय’

आज मध्यप्रदेश विधानसभा चुनाव के नतीजे आ रहे हैं और मुझे विश्वास है कि जनता के आशीर्वाद व आदरणीय प्रधानमंत्री श्री @narendramodi जी के कुशल नेतृत्व में भारतीय जनता पार्टी पूर्ण बहुमत के साथ फिर सरकार बनाने जा रही है।

भाजपा के सभी…

— Shivraj Singh Chouhan (@ChouhanShivraj) December 3, 2023

বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়ায়ো ৰাজ্যখনত জনসাধাৰণৰ বিশ্বাস বিজেপিৰ সৈতে থাকিব আৰু সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি নিশ্চিতি প্ৰদান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

ভিডিঅ’ কলতে চাই ডেথ চাৰ্টিফিকেট! চাঞ্চল্যকৰ ঘটনাত পোহৰলৈ আহিছে চিকিৎসকৰ ‘কীৰ্তি’

October 22, 2026 8:10 pm
ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

ক্ৰাইষ্টচাৰ্চত ৰানৰ বৰষুণ, নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম টি-২০ত অভিলেখ গঢ়ি জয়ী টিম ইণ্ডিয়া

October 22, 2026 7:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd