• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিক্ষয়িত্ৰীৰ হত্যাকাণ্ড; মণিপুৰী বিদ্ৰোহীৰ শাস্তিৰ দাবীত উত্তাল ম্যানমাৰৰ ৰাজপথ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 1, 2019 10:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী শিক্ষয়িত্ৰীক হত্যা কৰাক কেন্দ্ৰ কৰি মণিপুৰী বিদ্ৰোহী গোটৰ বিৰুদ্ধে আজি ম্যানমাৰৰ চিন ৰাজ্যত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়।

ডিম লুন মাং নামৰ শিক্ষয়িত্ৰী গৰাকীৰ হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবীত চিন ৰাজ্যৰ টোনজাং নগৰত ৫০০তকৈ অধীক লোক ৰাজপথলৈ ওলাই আহে।

Apply Now

উল্লেখযোগ্য যে টোনজাং নগৰৰ অন্তৰ্গত টুইভেলজাং গাঁৱত যোৱা ১৭ নৱেম্বৰত ডিম লুন মাঙৰ মৃতদেহ উদ্ধাৰ হৈছিল, তেওঁক নৃশংভাৱে হত্যা কৰা হৈছিল।

প্ৰতিবাদকাৰীসকলে শীঘ্ৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী তোলে। জানিব পৰা মতে বিনোদ (৪০) নামৰ অভিযুক্ত হত্যাকাৰী গৰাকীৰ মণিপুৰী বিদ্ৰোহী সংগঠন মেইটে-কাঠেৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক আছে।

বিনোদৰ বাপেক মণিপুৰী হোৱাৰ বিপৰীতে মাক ম্যানমাৰৰ। হত্যাকাণ্ডৰ পিছতে তেওঁ মণিপুৰলৈ পলাই যায় বুলি জানিব পৰা গৈছে।

প্ৰতিবাদকাৰীসকলে আজি দোষীক শাস্তি দিয়াৰ লগতে উত্তৰ চিন ৰাজ্যৰ কাবাউ উপত্যকাত অবৈধভাৱে থিতাপি লৈ অহা বিদ্ৰোহী গোট মেইটে-কাঠেক শীঘ্ৰে ম্যানমাৰৰ পৰা উলিয়াই পঠোৱাৰ দাবী জনায়।

বৰ্তমান মণিপুৰ-ম্যানমাৰ সীমান্তত উত্তেজনাই বিৰাজ কৰি আছে। মণিপুৰৰ উগ্ৰপন্থীয়ে ম্যানমাৰৰ ভৌগলিক সীমাৰ ভিতৰত সোমাই কিদৰে ইমান মুকলিকৈ স্থানীয় লোকৰ ওপৰত সন্ত্ৰাস চলাব পাৰিছে বুলি বাৰ্মিজ মানৱ অধিকাৰ গোটসমূহে প্ৰশ্ন তুলিছে।

আনহাতে মণিপুৰী বিদ্ৰোহী গোটৰ পৰা ভেটী লৈ অহাৰ ফলত তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত নজৰ নাৰাখে বুলি ম্যানমাৰ সেনা টাটমাড’ৰ বিৰুদ্ধে দীৰ্ঘদিনিয়া অভিযোগ আছে।

২০০১ চনত টাটমাড’ৱে ১৯২ গৰাকী মেইটি বিদ্ৰোহীক গ্ৰেপ্তাৰ কৰিছিল যদিও আটাইকে পিছত মুকলি কৰি দিয়ে। ইয়াৰ ভিতৰত কেইগৰাকীমান শীৰ্ষ পৰ্য্যায়ৰ মণিপুৰী বিদ্ৰোহীয়ো আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd