DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাত বছৰ পাছতো ন্যায় নোপোৱা গদাপানি পাঠকৰ পৰিয়ালে বিচাৰে ফাষ্ট ট্ৰেক আদালতত বিচাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2019 11:36 am
Gadapani Pathak murder case

গদাপানি পাঠকৰ পত্নীক মুখ্য মন্ত্ৰীৰ চেক প্ৰদান।ফাইল ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

সন্দেহযুক্ত সন্ত্ৰাসবাদী গোটে ২০১২ চনৰ ৩ মে’ত অপহৰণ কৰি নি হত্যা কৰা অভিযন্তা গদাপানি পাঠকৰ পৰিয়ালৰ সদস্যসকলে সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰাৰ বাবে দাবী জনাই।

গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত পাঠকৰ সপ্তম মৃত্যু বাৰ্ষিকী পালন কৰে। অনুষ্ঠানত পাঠকৰ পৰিয়ালৰ সদস্যসকলৰ লগতে গোৱালপাৰা সৈনিক স্কুলৰ বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

গোৱালপাৰা সৈনিক স্কুলৰ প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে চৰকাৰক দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনাই। পাশৱিক হত্যাকাণ্ডৰ সাত বছৰ অতিক্ৰম কৰাৰ পাছতো আজি ভূক্তভোগী পৰিয়ালটোৱে চৰকাৰৰ পৰা ন্যায়ৰ অপেক্ষাত আছে।

আনহাতে, অনুষ্ঠানত বক্তব্য ৰাখি পাঠকৰ পত্নীয়ে চৰকাৰক বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত সম্পন্ন কৰিবলৈ দাবী জনাই শীঘ্ৰে দোষীক কঠোৰ শাস্তি বিহাৰ বাবে অনুৰোধ কৰে।

আনহাতে, প্ৰাক্তন ছাত্ৰ সন্মিলনীয়ে সাত বছৰ অতিক্ৰম কৰাৰ পাছতো দোষীক শাস্তি বিহিব নোৱাৰা বাবে চৰকাৰক সমালোচনা কৰি পৰিয়ালৰ লোকৰ যাতায়তৰ অসুবিধাৰ বাবে গোচৰটো অভয়াপুৰীৰ পৰা গুৱাহাটীলৈ বদলি কৰাৰ বাবে আহ্বান জনাই।

Recent News

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd