• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আৰক্ষীৰ অভিযানত জুৱাৰ ঘাটি উৎখাত

NE NOW NEWS চানু গগৈ
মৰিগাঁও , February 6, 2021 9:24 am

1 min read

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আৰক্ষীৰ অভিযানত জুৱাৰ ঘাটি উৎখাত
119
VIEWS
Share on FacebookShare on Twitter

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আৰক্ষীয়ে চলোৱা এক অভিযানত জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে তিনিগৰাকী জুৱাৰী আটক কৰিবলৈ সক্ষম হয়।

উল্লেখ যোগ্য যে, দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত তীৰ জুৱাৰ ৰমৰমীয়া বেহা চলি আছিল কিন্তু ভুৰাগাঁও আৰক্ষী থানাত নতুনকৈ যোগদান কৰা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাই তীৰ আৰু জুৱাৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰিছে।

ভূৰাগাঁও চাৰিআলিত তীৰৰ বিৰুদ্ধে অভিযান চলাই তীৰৰ ঘাটি উৎখাত কৰাৰ লগতে এজন বুকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

নিশা ভাৰপ্ৰাপ্ত বিষয়া  মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে ভূৰাগাঁৱৰ বৰডোৱাত পথাৰত  এক গোপন সূত্ৰৰপম খেদি চলোৱা অভিযানত জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে তিনিগৰাকী জুৱাৰীক আটক কৰে।

আটক কৰা জুৱাৰী তিনিগৰাকী হ’ল খাইৰুল ইছলাম ,মইদুল ইছলাম ,আৰু ছাহ আলাউদ্দিন আলী।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জনৰ এনে পদক্ষেপক স্থানীয় ৰাইজে প্ৰশংসা কৰে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd