• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গান্ধী জয়ন্তীত ডুবাইৰ বুৰ্জ খলিফাত উজ্জীৱিত হ’ল মহাত্মা, উৰিল তিৰঙ্গা

এন ই নাও নিউজ by এন ই নাও নিউজ
October 3, 2021 1:15 pm
Gandhi Jayanti celebrated at Burj Khalifa in Dubai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তি আৰু অহিংসাৰ প্ৰতীক মহাত্মা গান্ধী কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবে আদৰ্শ।

বাপুক স্মৰণ কৰি সমগ্ৰ দেশে কালি পালন কৰিলে গান্ধী জয়ন্তী। এদিনৰ বাবে গান্ধীজীৰ গুণ-গানত ডুব গ’ল সকলো।

গান্ধীৰ জন্মদিন ২ অক্টোবৰত সমগ্ৰ বিশ্বতে অহিংস দিৱস হিচাপে পালন কৰা হয়। বিশ্বই শনিবাৰে গান্ধীক অহিংস আৰু শান্তিৰ ধ্বজাবাহী হিচাপে শ্ৰদ্ধাঞ্জলি শ্ৰদ্ধাঞ্জলি জনাই স্মৰণ কৰে। ডুবাইও ইয়াৰ ব্যতিক্ৰম নহ’ল।

মহাত্মাৰ ১৫২ তম জন্ম জয়ন্তীত জাতিৰ পিতাক বিশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ডুবাইত। পোহৰৰ জৰিয়তে উজ্জীৱিত হ’ল বাপুজী।

Apply Now

পৃথিৱীৰ আটাইতকৈ ওখ অট্টালিকা বুৰ্জ খলিফাত শনিবাৰে পোহৰৰ মাধ্যমেৰে উজ্জীৱিত হয় মহাত্মা গান্ধী। গান্ধীজীৰ প্ৰতি সন্মান জনাই বুৰ্জ খলিফাৰ তৰফৰ পৰা সামাজিক মাধ্যমত এটা ভিডিঅ’ পোষ্ট কৰা হয়, য’ত বাপুক লাঠি লৈ খোজ কাঢ়ি থকা দেখা গৈছে। লগতে ভাঁহি আছে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা। পতাকাৰ সৈতে একত্ৰিত হৈছে বাপুৰ ছাঁ।

 

“Be the change you wish to see in the world” – Mahatma Gandhi. #BurjKhalifa celebrates #Gandhi by honouring the father of a nation who’s been an inspiration to many generations. pic.twitter.com/Cx1bcGet3D

— Burj Khalifa (@BurjKhalifa) October 2, 2021

ভিডিঅ’টো পোষ্ট কৰি বুৰ্জ খলিফাই গান্ধীৰ বাৰ্তাৰ উদ্ধৃতি দি কয়, “আপুনি পৃথিৱীখনক চাব বিচৰাৰ দৰে নিজকে সলনি কৰিব লাগিব। মহাত্মা গান্ধীয়ে কৈছিল। বুৰ্জ খলিফাই ৰাষ্ট্ৰৰ পিতৃ গান্ধীজীৰ জন্ম জয়ন্তী উদযাপন কৰিছে। বাপু আহিবলগীয়া বহুপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণা হ’ব।”

উল্লেখ্য যে, পূৰ্বতেও ডুবাইত ভাৰতৰ কেইবাটাও উৎসৱ আৰু বিশেষ দিন উদযাপন কৰা দেখা গৈছিল।ভাৰতৰ স্বাধীনতা দিৱসত বুৰ্জ খলিফাত জাতীয় পতাকাই আৱৰি থকা দেখিবলৈ পোৱা গৈছিল। এইবাৰো তেওঁলোকে গান্ধীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি গান্ধী জয়ন্তী উদযাপন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd