• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গান্ধী জয়ন্তী উপলক্ষে বৰপেটাত উপায়ুক্তৰ নেতৃত্বত চলিল ছাফাই পদযাত্ৰা

আনিছুজ জামান by আনিছুজ জামান
October 2, 2019 11:33 am
IMG-20191002-WA0004

ফটো : নৰ্থ-ইষ্ট নাও

573
VIEWS
Share on FacebookShare on Twitter

জাতিৰ পিতা মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে আজি বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা আৰু সমূহীয়া ছাফাই পদযাত্ৰা অনুষ্ঠিত হয়।

জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পুৱা আৰম্ভ হোৱা দুই কিলোমিটাৰ সমূহীয়া ছাফাই পদযাত্ৰাৰ নেতৃত্ব দিয়ে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই।

এই কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুল চহৰীয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া, শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

এই অভিনব পদযাত্ৰাত সকলোৱে বাটে বাটে পেলনীয়া পলিথিন আৰু অন্যান্য আৱৰ্জনা বুটলি পৰিষ্কাৰ কৰে।

ইফালে মিনি মাৰাথন দৌৰ  প্ৰতিযোগিতাৰ মহিলা শাখাত পাটবাউসী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আছমা বেগমে প্ৰথম, প্ৰিয়ঙ্কা বাৰিকাৰে দ্বিতীয় আৰু ছুজিনা পাৰবিনে তৃতীয় স্থান লাভ কৰে।

পুৰুষৰ শাখাত সৰ্থেবাৰীৰ ৰবীন দাসে প্ৰথম, কলগাছিয়াৰ আজিবৰ ৰহমান দ্বিতীয় আৰু বাবুল ইছলামে তৃতীয় স্থান লাভ কৰে। বিজয়ী সকলক জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা আৰু জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়াই আনুষ্ঠানিক ভাৱে প্ৰমান পত্ৰ আৰু নগদ ধনেৰে পুৰষ্কৃত কৰে।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত সাধন চৰকাৰ, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, নিৰ্বাচন বিষয়া প্ৰবীৰ কুমাৰ দত্ত, জিলা ক্ৰীড়া বিষয়া মানস প্ৰতীম দাস, জ্যেষ্ঠ পৰিকল্পনা বিষয়া ডি এন দাস আদি বিষয়া সকল উপস্থিত থাকে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd