• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘শান্তি আৰু ঐক্য বজাই ৰাখক’- সোনম ৱাংচুকৰ জেলৰ পৰাই অহিংসাৰ বাৰ্তা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2025 3:13 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাডাখত হোৱা ‘গণ প্ৰতিবাদ’ত উচটনি দিয়াৰ অভিযোগত সমাজ কৰ্মী সোণম ৱাংচুকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সম্প্ৰতি ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত বন্দী হৈ আছে বিশিষ্ট উদ্ভাৱক তথা মানৱাধিকাৰ কৰ্মীজন। এই পৰিস্থিতিত গান্ধীবাদী ৱাংচুকে জেলৰ পৰাই দিলে অহিংসাৰ বাৰ্তা। প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি তেওঁ কয়, “লাডাখত শান্তি আৰু ঐক্য বজাই ৰাখক।” ইয়াৰ সমান্তৰালকৈ তেওঁ গান্ধীৰ অহিংসাৰ পথত খোজ দি ৰাষ্ট্ৰৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিবলৈয়ো সকলোকে আহ্বান জনায়।

সোনমে এক বিবৃতিযোগে কয়, ‘মই শাৰীৰিক আৰু মানসিকভাৱে সুস্থ। সকলো মোক লৈ চিন্তিত হৈ পৰিছে। তেঁওলোকে মোৰ বাবে প্ৰাৰ্থনা কৰি আছিল। তাৰ বাবে ধন্যবাদ। এই আন্দোলনত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ইয়াৰ লগতে আহত আৰু গ্ৰেপ্তাৰ হোৱা সকলৰ বাবেও প্ৰাৰ্থনা জনাইছো। চাৰিজন প্ৰতিবাদকাৰীৰ মৃত্যুক লৈ স্বতন্ত্ৰ ন্যায়িক তদন্ত হ’ব লাগে। যদি নহয়, তেন্তে মই জেলত থাকিবলৈ সাজু। লাডাখৰ বাবে ৰাজ্যৰ দাবীকে ধৰি কেইবাটাও বিষয়ত মই লাডাখৰ জনসাধাৰণৰ সৈতে থিয় দিছো। শান্তি আৰু ঐক্য বজাই ৰাখিবলৈ আৰু শান্তিপূৰ্ণভাৱে আমাৰ সংগ্ৰাম অব্যাহত ৰাখিবলৈ ৰাইজলৈ আহ্বান জনাইছো। এই আন্দোলন প্ৰকৃত গান্ধীবাদী অহিংসাৰ পথৰে হওক।’

Apply Now

উল্লেখ্য যে লাডাখৰ গণতান্ত্ৰিক প্ৰতিবাদৰ দুদিন পাছতে আন্দোলনৰ মূল ব্যক্তি তথা পৰিৱেশ কৰ্মী সোণমক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সোনমৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলক উচটনি দিয়া আৰু হিংসাক ইন্ধন যোগোৱাৰ অভিযোগ উত্থাপন হৈছিল। শুকুৰবাৰে সোনমে সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল। সেই সংবাদমেলৰ মাত্ৰ পাঁচ মিনিট আগতেই তেঁওক গ্ৰেপ্তাৰ কৰা হৈছিল। সূত্ৰ অনুসৰি, গ্ৰেপ্তাৰৰ পাছত সোনমক লাডাখৰ পৰা আঁতৰাই নিশাটোৰ বাবে লেহৰ পৰা ১৪০০ কিলোমিটাৰ নিলগৰ ৰাজস্থানৰ যোধপুৰলৈ লৈ যোৱা হয়।

সোনমক গ্ৰেপ্তাৰ কৰাৰ পাছত লেহত যাতে অশান্তি বিয়পি নাযায় তাৰ বাবে মহানগৰখনৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। সমগ্ৰ মহানগৰীখনত আৰক্ষীৰ কটকটীয়া পহৰা দি ৰখা হৈছে। ৰাজহুৱা সমাৱেশৰ ওপৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইফালে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ৱাংচুকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 23, 2026 9:16 am
নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

নিজ্জৰ হত্যাকাণ্ডৰ সৈতে গোল্ডি ব্ৰাৰ জড়িত থকাৰ দাবী কৰা অডিঅ’ ফাদিল, নতুন চাঞ্চল্য

August 23, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

মুছলমান সংখ্যাগৰিষ্ঠ দেশত হিন্দু ধৰ্মক অপমান! কাৰাদণ্ডৰ সন্মুখীন ছুইজাৰলেণ্ডৰ পৰ্যটক

August 23, 2026 11:45 am
নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

নাৰ্চিং কলেজত মোবাইল ফোন হেৰুওৱাক লৈ উত্তৰ-পূবৰ শিক্ষাৰ্থীৰ সৈতে স্থানীয় শিক্ষাৰ্থীৰ সংঘৰ্ষ

August 23, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd