• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঠশালাত আৰক্ষীৰ জালত পৰিল তিনিজনীয়া ডকাইতৰ দল

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
April 11, 2019 9:21 pm
dacoits-pic-1-750x375

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটা জিলাৰ পাঠশালাত বৃহস্পতিবাৰে বজালী আৰক্ষীয়ে এটা ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভাৰতীয় ষ্টেট বেংকৰ পৰা ওলাই অহা এগৰাকী ব্যক্তিৰ পৰা টকা কাঢ়ি নিবলৈ চেষ্টা কৰাৰ সময়তে তিনিজনীয়া ডকাইতৰ দলটো আৰক্ষীৰ জালত পৰে।

সূত্ৰসমূহে কয় যে বিগত কেইদিনত পাঠশালা চহৰত ধন কাঢ়ি নিয়াৰ দৰে ঘটনা বৃদ্ধি পাইছে। দুৰ্বৃত্তই বেংকলৈ অহা লোকৰ পৰা অথবা এটিএমৰ পৰা ধন উলিয়াবলৈ যোৱা ব্যক্তিৰ পৰা ধন কাঢ়ি লৈ যোৱাৰ ঘটনা ঘটিয়েই আছে।

Apply Now

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা তিনিজনীয়া ডকাইতৰ দলটোৰ সদস্যকেইজনক জুজনু গোৱালা(৪৫) আৰু দীপক সিং(৪৪) আৰু চিন্টু কুমাৰ (২৬) বুলি চিনাক্ত কৰা হৈছে। ইয়াৰে জুজনু গোৱালা আৰু দীপক সিং দুয়োজনেই পশ্চিমবংগৰ জলপাইগুৰিৰ আৰু চিন্টু কুমাৰ বিহাৰৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ডকাইত কেইজনৰ জিম্মাৰ পৰা এখন জে এইচ ১৫ আৰ ৯২৮১ নম্বৰৰ পালছাৰ ২২০ বাইক, এটিএম কাৰ্ড আৰু দুটা মোবাইল ফোন উদ্ধাৰ কৰে।

আৰক্ষীয়ে ডকাইত তিনিজন পাঠশালা চহৰত সংঘটিত কেইবাটাও ধন কাঢ়ি নিয়াৰ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে।

মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই নৰ্থইষ্ট নাওৰ আগত কয়, ‘’ আমি আমাৰ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত ডকাইত তিনিজনক কৰায়ত্ত কৰিছো। ভাৰপ্ৰাপ্ত বিষয়া চন্দন ৰাউত আৰু উপ পৰিদৰ্শক সূৰ্য বৰাৰ নেতৃত্বত বজালী আৰক্ষীৰ এটা দলে পাঠশালা চহৰত ডকাইত তিনিজনক আটক কৰে।‘’

মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে লগতে জানিব দিয়ে যে তেওঁলোকৰ পৰা অধিক তথ্য উদ্ধাৰৰ বাবে ডকাইত তিনিজনৰ জেৰা চলাই থকা হৈছে।

শশাংক তালুকদাৰ

শশাংক তালুকদাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd