• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদৌ অসম গাঁওবুঢ়া সন্থাৰ প্ৰাক্তন সভাপতি হখেত’ চেমাইৰ বিয়োগ : বিভিন্ন দল সংগঠনৰ শোক প্ৰকাশ

মাৰ্ঘেৰিটাৰ টিৰাপ মৌজাৰ জনগোষ্ঠীয় ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 24, 2020 6:24 pm
FB_IMG_1598259925069
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত লংটং চেমা গাঁৱৰ নিবাসী তথা সদৌ অসম চৰকাৰী গাওঁবুঢ়া সন্থাৰ প্ৰাক্তন সভাপতিৰ উপৰি টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদ দাবী সমিতিৰ সক্ৰিয় সদস্য, ৮ জনগোষ্ঠীয় উন্নয়ন পৰিষদৰ সদস্য হখেত‘ চেমাই আজি আকস্মিক ভাবে মৃত্যুক আঁকোৱালি লয়।

প্ৰায় ৬০ বছৰীয়া সৰবৰহী ব্যক্তিজনৰ আজি দিনৰ দুই মান বজাত শেষ নিশ্বাস ত্যাগ কৰে।

Apply Now

সদৌ অসম গাঁওবুঢ়া সন্থাৰ প্ৰাক্তন সভাপতি গৰাকীৰ আজি দিনৰ ভাগত হঠাৎ অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ৰ দিশে নি থকা অৱস্থাত আধা বাটতে মৃত্যু হোৱা বুলিও উল্লেখ কৰে পৰিয়ালৰ সূত্ৰই।

মৃত্যুৰ সময়ত লোকজনে পত্নী, পুত্ৰ, বোৱাৰী, জীয়াৰী, নাতি, নাতিনী সহিতে বহু আত্মীয় স্বজনক এৰি গৈছে।

অঞ্চলটোৰ প্ৰায় সকলোবোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত থকা লোকজনৰ মৃত্যুত সমগ্ৰ মাৰ্ঘেৰিটা মহকুমা অঞ্চলটোতে এক গভীৰ শোকৰ ছাঁ পৰে।

সদৌ অসম গাঁওবুঢ়া সন্থা, মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা, অসম চৰকাৰৰ ছাত্ৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁ‌ৱৰ, ৮ জনগোষ্ঠী উন্নয়ন পৰিষদ অধ্যক্ষ মানজে লা, টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতি, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগ আদিয়ে  চেমাইৰ মৃত্যুত সোক প্ৰকাশ কৰিছে।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপাত্ৰ মানস প্ৰতিম গগৈ, বিশিষ্ট লেখক ৰাজীৱ নিংখী, সদৌ মান (টাইভাষী) ছাত্ৰ সন্থা, সদৌ চিংফৌ ছাত্ৰ সন্থা, সদৌ অসম টাংছা ছাত্ৰ সন্থা, সদৌ অসম চেমা ছাত্ৰ সন্থা, টিৰাপ ট্ৰাইবেল উইমেন ফ’ৰাম, চিংফৌ জাতীয় পৰিষদ, টাংছা জাতীয় পৰিষদ, চেমা জাতীয় পৰিষদ, টাইফাকে জাতীয় পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনে সদৌ অসম চৰকাৰী গাঁওবুঢ়া সন্থাৰ প্ৰাক্তন সভাপতি হখেত‘ চেমাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

হেখত’ চেমাইৰ মৃত্যুৱে মাৰ্ঘেৰিটাৰ টিৰাপ মৌজাৰ জনগোষ্ঠীয় ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm
বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

বাথৰুমৰ টাইলছৰ তলত পুতি থোৱা আছিল স্বামীৰ মৃতদেহ! ৪৫ দিনৰ পাছত ৰহস্যৰ অন্ত, পত্নী গ্ৰেপ্তাৰ

July 4, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd