• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত উপায়ুক্তৰ ই-কাৰ্ট আৰু তিনিচকীয়া জাৱৰ সংগ্ৰহ বাহন বিতৰণ

জিলাখনৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব জাৱৰ সংগ্ৰহ

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
September 29, 2021 9:04 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত ‘স্বচ্চতাই সেৱা’ আৰু স্বচ্চ সৰ্বেক্ষণ গ্ৰামীণ ২০২১ কাৰ্যসূচী চলি আছে।

বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই ইতিমধ্যে এই কাৰ্যসূচীৰ অধীনত ভিডিঅ কনফাৰেন্সৰ জৰিয়তে পঞ্চায়ত প্ৰতিনিধিৰ সৈতে ‘স্বচ্চতা সংবাদ’ কাৰ্যসূচী সম্পন্ন কৰিছে।

Apply Now

ইয়াৰ অন্তৰ্গত কাৰ্যসূচী হিচাপে বঙাইগাঁও জিলা পৰিষদৰ সভাকক্ষত গাঁও-পঞ্চায়তৰ সভাপতি তথা সচিবৰ লগত উপায়ুক্ত ডা:এম এচ লক্ষ্মী প্ৰিয়াই এখন সভাত মিলিত হয় আৰু তেওঁলোকক বঙাইগাঁও জিলাখন আটাইতকৈ পৰিস্কাৰ-পৰিচন্ন জিলা হিচাপে গঢ়ি তোলাত অৰিহণা যোগাবৰ বাবে সক্ৰিয়ভাবে কাম কৰিবলৈ আহ্বান জনায়।

জিলাখনৰ চহৰাঞ্চলত পৌৰসভাৰ অধীনত জাৱৰ সংগ্ৰহৰ বাবে যেনেকুৱা ব্যৱস্থা লোৱা হৈছে গ্ৰাম্যাঞ্চলতো তেনেকুৱা ব্যৱস্থা কৰিব লাগিব বুলি উপায়ুক্তগৰাকীয়ে কয় ।

চহৰাঞ্চলত মানুহৰ ঘৰৰ চৌহদ সিমান আহল-বহল নহয়, কিন্তু গ্ৰাম্যাঞ্চলত প্ৰতিঘৰ পৰিয়ালৰে ঘৰৰ চৌহদ আহল-বহল। গতিকে গাঁও অঞ্চলৰ প্ৰতিটো পৰিয়ালে নিজৰ ঘৰৰ জাৱৰখিনি চৌহদতে গাঁত খান্দি পুতি থব পাৰে। ভিজা আৱৰ্জনাখিনি এনেদৰে গাঁতত পুতি থৈ পচন সাৰ কৰিব পাৰে আৰু সেইবোৰ খেতি-বাতিত দিব পাৰে। গোটা আৱৰ্জনাখিনি পুনৰাই ব্যৱহাৰযোগ্য সামগ্ৰী হিচাপে বনাবলৈ আমি জাৱৰ সংগ্ৰহ কৰা লোকক দিব পাৰো। ইয়াৰ বাবে পঞ্চায়তৰ সভাপতি-সচিবক ই-কাৰ্ট আৰু হেণ্ড কাৰ্ট দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷

আজি জিলাখনৰ মূলাগাঁও গাঁও-পঞ্চায়ত,বড়িগাঁও গাঁও-পঞ্চায়ত আৰু চাপৰাকাটা গাঁও-পঞ্চায়তৰ সভাপতিৰ হাতত আনুষ্ঠানিকভাৱে ই-কাৰ্ট আৰু আন পঞ্চায়তত তিনিচকীয়া বাহন ( হেণ্ড কাৰ্ট) প্ৰদান কৰা হয়। লগতে জাৱৰ সংগ্ৰহৰ কাৰণে প্লাষ্টিকৰ ডাষ্টবিনো প্ৰদান কৰে ৷

পৰ্যায়ক্ৰমে সকলো গাঁও-পঞ্চায়ততে ই-কাৰ্ট আৰু হেণ্ড কাৰ্ট প্ৰদান কৰা হ’ব। এই বাহনসমূহত সেউজীয়া আৰু নীলা ৰঙৰ পৃথক খোটালি থাকিব,তাৰে ভিতৰত সেউজীয়া খোটালীত ভিজা জাৱৰ আৰু নীলা খোটালিত গোটা জাৱৰ ৰাখিব লাগিব। আনহাতে উপায়ুক্তগৰাকীয়ে প্ৰতিখন গাঁও-পঞ্চায়ততে সমূহীয়া টয়লেট বনোৱাৰ বাবে ২ অক্টোবৰৰ আগতে আধাৰশিলা স্থাপন কাৰ্য সম্পন্ন কৰিবলৈ আহ্বান জনায়। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধাৰে কয় যে আমাৰ বঙাইগাঁও জিলা ইতিমধ্যে মুকলিত মলত্যাগমুক্ত জিলা হিচাপে স্বীকৃত হৈছে।

কিন্তু আমি অকল মুকলিত মলত্যাগমুক্ত জিলা হিচাপে স্বীকৃত হ’লে নহ’ব। আমাৰ চৌপাশ পৰিস্কাৰ-পৰিচন্নও হ’ব লাগিব।তাৰ বাবে আমি বজাৰ এলেকা,আমাৰ ৰাজহুৱা স্থান,আমাৰ ঘৰৰ চৌহদ পৰিস্কাৰকৈ ৰাখিব লাগিব।তেতিয়াহে আমি আচল অৰ্থত স্বচ্চ বুলি ক’ব পাৰিম।

তদুপৰি স্বচ্চতাৰ প্ৰতি আমাৰ সৰ্বসাধাৰণ জনতাক সজাগ কৰিবলৈ দেৱাল লিখন, পত্ৰিকা বিতৰণ, বেনাৰ স্থাপন, মাইকযোগে প্ৰচাৰ আদি কৰা হ’ব বুলি কাৰ্যবাহী অভিযন্তা শান্তনু সূত্ৰধাৰে জানিবলৈ দিয়ে।ইয়াৰ উপৰিও মোবাইল এপযোগে স্বচ্চতা সম্পৰ্কত কিছুমান প্ৰশ্নৰ উত্তৰ দি সকলোৱে এই স্বচ্চতা অভিযানত অৰিহণা যোগাব পাৰিব। ইপিনে এই সন্দৰ্ভত জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে জনস্বাস্থ্য কাৰিকৰী বিভাগে গ্ৰাম্যাঞ্চলৰ এলেকাবোৰত স্বচ্ছতা মিছনেই হওক বা জল জীৱন মিছনেই হওক বহু ভাল কাম কৰি আছে ৷

আমি গাঁও পঞ্চায়তৰ সভাপতিসকলৰ সৈতে লগ হৈ কাম কৰি আছো ,যাৰ কাৰণে বৰ্তমানলৈকে আমাৰ ফলাফল বহু ভাল হৈছে ৷ অকল বঙাইগাঁও জিলাৰ গ্ৰামাঞ্চল পৰ্যায়ত জাৱৰ সংগ্ৰহৰ কাম আৰম্ভ কৰা হৈছে ৷

বড়িগাঁও ,মূলাগাঁও আৰু চাপৰাকাটা এই তিনিটা গাঁও পঞ্চায়তত ইয়াৰ বাবে যাৱতীয় কাম প্ৰায় শেষেই হৈছে ৷ চৰকাৰে জাৱৰ সংগ্ৰহৰ কাৰণে বৰ্তমান পাঁচখন ই- ৰিক্সা আৰু প্ৰতিটো গাঁও পঞ্চায়তৰ কাৰণে দুখনকৈ হেণ্ড কাৰ্ট দিছে ৷ এইবোৰ বিতৰণ কৰি থকা হৈছে ৷ লগতে প্ৰতিটো গাঁও পঞ্চায়তত জাৱৰ সংগ্ৰহৰ কাৰণে ডাষ্টবিন দিছে ৷

আমি দুই অক্টোৱৰৰ কাৰণে প্ৰস্তুতি চলাই আছো আৰু আশা ৰাখিছো উক্ত দিনা জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত সভাপতিসকলে জাৱৰ সংগ্ৰহ কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব আৰু উক্ত দিনাৰ পৰাই এই তিনিটা গাঁও পঞ্চায়তত জাৱৰ সংগ্ৰহৰ কাম আৰম্ভ কৰিম ৷

জিলা উপায়ুক্তগৰাকীয়ে কয় যে বৰ্তমানলৈকে অসমৰ কোনো এখন জিলাত গাঁও পৰ্যায়ত জাৱৰ সংগ্ৰহৰ কাম আৰম্ভ হোৱা নাই ৷ কেৱল বঙাইগাঁও জিলাতে আৰম্ভ হ’ব ৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd