• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমত বিদেশী দমনৰ নামত বন্দী হৈ থকা লোকক মুকলি কৰি দিয়াৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 7:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসম চৰকাৰে ‘বিদেশী’ বুলি ঘোষণা কৰা এজন লোকক আটক কৰি ৰখাটো অবৈধ বুলি অভিহিত কৰি সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যক্তিজনক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

গোৱালপাৰাৰ বাসিন্দা মোজিদা বেগমে দাখিল কৰা আবেদনৰ প্ৰতি সঁহাৰি জনাই আদালতৰ এই নিৰ্দেশ দিয়া হৈছে, যাৰ পুত্ৰ হাচিনুৰক উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ পিছতো আৰু পূৰ্বৰ আদালতৰ নিৰ্দেশ অনুসৰি জামিনত বাহিৰত ৰখাৰ পাছতো যোৱা ২৫ মে’ত অসম আৰক্ষীয়ে আটক কৰিছিল।

Apply Now

ন্যায়াধীশ কল্যাণ ৰায় চুৰানা আৰু মালাশ্ৰী নন্দীক লৈ গঠিত বিভাগীয় বিচাৰপীঠে এই আটক অবৈধ বুলি ঘোষণা কৰি দৃঢ়তাৰে কয় যে “এনে অবৈধ আটক এক মিনিটৰ বাবেও অনুমতি দিব নোৱাৰি।” ৰাজ্যিক অধিবক্তাই তেওঁলোকৰ কৰ্তৃপক্ষৰ পৰা নিৰ্দেশনা বিচাৰিবলৈ অধিক সময়ৰ বাবে কৰা অনুৰোধকো বিচাৰপীঠে নাকচ কৰে।

উল্লেখ্য যে, প্ৰথমে ২০১৮ চনত কামৰূপ (মেট্ৰ’)ত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা হাছিনুৰক ২০১৯ চনত গোৱালপাৰা জিলা কাৰাগাৰত ৰখা হৈছিল।

২০২১ চনৰ জুন মাহত তদানীন্তন মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ অচিন্ত্য মল্ল বুজৰবৰুৱাকে ধৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ উদ্ধৃতি দি তেওঁক জামিন প্ৰদান কৰিছিল, য’ত দুবছৰতকৈ অধিক জিম্মাত কটোৱা বন্দীসকলক মুকলি কৰি দিয়াৰ অনুমতি দিয়া হৈছিল।

জামিনৰ সকলো চৰ্ত মানি চলাৰ পিছতো—গোৱালপাৰা থানাত সাপ্তাহিকভাৱে হাজিৰ হোৱাকে ধৰি, শেহতীয়াকৈ ৫, ১২ আৰু ১৯ মে’ত—২০২৫ চনৰ মে’ মাহত বিদেশী বুলি ঘোষণা কৰা ব্যক্তিক আটক আৰু বিতাড়িত কৰাৰ বাবে ৰাজ্যব্যাপী অভিযানৰ সময়ত হাছিনুৰক পুনৰ আটক কৰা হৈছিল।

হঠাতে নিৰুদ্দেশ হোৱাৰ পাছত তেওঁৰ পৰিয়ালে দাবী কৰে যে তেওঁৰ অৱস্থানৰ কোনো তথ্য পৰিয়ালৰ হাতত নাই। মাতৃৰ আবেদনৰ পাছতহে বিদেশী ন্যায়াধিকৰণৰ বিষয়সমূহৰ স্থায়ী অধিবক্তাই আদালতক জনাইছিল যে হাছিনুৰক সপ্তম আৰক্ষী বেটেলিয়নৰ চৌহদৰ ভিতৰত অৱস্থিত কোকৰাঝাৰৰ এটা হোল্ডিং চেণ্টাৰত ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

শোণিতপুৰৰ বালিপাৰাত ট্ৰাক আৰু গাড়ীৰ মুখামুখি সংঘৰ্ষ; দুৰ্ঘটনাত ঘটনাস্থলীতে নিহত ৫ জন যুৱক

September 12, 2026 9:27 am
মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

মানুহ যদিহে নহয় মানুহ! শুই থকা পত্নী আৰু ৩ কন্যাক নৃশংসভাৱে হত্যা; গাৰ নোম শিঁয়ৰি উঠা ঘটনা

September 12, 2026 8:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

উত্তৰাখণ্ডৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত মোক্ষম আঘাত! দলৰ সকলো পদ ত্যাগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ

September 12, 2026 12:04 pm
দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

দীৰ্ঘদিন ধৰি বেয়া নেটৱৰ্কৰ সমস্যা! জিঅ’ কৰ্মীক খুঁটাত বান্ধি থলে গাঁওবাসীয়ে, তাৰপিছত…

September 12, 2026 10:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd