• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CAAৰ ভিত্তিত অসমৰ বাসিন্দাৰ নাগৰিকত্বৰ আবেদন মানি ল’লে গুৱাহাটী উচ্চ ন্যায়ালয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 10, 2022 9:37 am
IMG-20191227-WA0011-750x374

প্ৰতিনিধিত্বমূলক ফাইল ফটো।

322
VIEWS
Share on FacebookShare on Twitter

১৯৭১চনৰ ২৫ মাৰ্চৰ পাছত ভাৰতলৈ আহিছিল বাবলু পাল। নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ অধীনত তেওঁ ভাৰতীয় নাগৰিকত্ব বাবে আবেদন কৰিছিল। তেওঁৰ সেই আবেদন বাস্তৱিকতে মানি ল’লে আদালতে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সূত্ৰত কোৱা হৈছে যে বাবলুৰ ককাক ১৯৬৪চনত পশ্চিমবংগলৈ আহিছিল।

সেই সময়ত বাবলুৰ বয়স আছিল মাত্ৰ ২বছৰ। বাবলু পাল বৰ্তমান অসমৰ কৰিমগঞ্জ জিলাৰ বাসিন্দা।

ন্যায়াধীশ এন কোটিশ্বৰ আৰু ন্যায়াধীশ মালাশ্ৰী নন্দীয়ে এই আবেদনৰ শুনানি গ্ৰহণ কৰি কয় যে সেই ব্যক্তিগৰাকী ১৯৮৪ চনত অসমলৈ আহিছিল। কিন্তু তেওঁৰ পৰিয়াল ১৯৬৪চনতে ভাৰতলৈ আহিছিল। তদুপৰি, ব্যক্তিগৰাকী হিন্দু ধৰ্মৰ। CAAঅনুসৰি তেওঁ নিজকে ভাৰতীয় নাগৰিক হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰ।

লগতে পঢ়ক: ভয়ংকৰ বাইক দুৰ্ঘটনাত প্ৰাণ গ’ল দুই যুৱকৰ

আদালতৰ সূত্ৰৰ ভিত্তিত বাতৰিটোত কোৱা হৈছে যে আবেদনকাৰীৰ পিতৃ আৰু ককাক সেই সময়ৰ পূব পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল। চৰকাৰে তেওঁলোকক শৰণাৰ্থীৰ মৰ্যাদা দিছিল। সেই সম্পৰ্কীয় নথিও আছে।

ইপিনে, ১৯৬৬ চনত তেওঁৰ ককাকৰ নাম পশ্চিমবংগৰ ভোটাৰ তালিকাত আহে। তদুপৰি, ১৯৭৬চনত আবেদনকাৰী বাবলুৰ পিতৃয়ে কলকাতাত মাটিও ক্ৰয় কৰিছিল।

আবেদনকাৰী বাবলু পালে পঞ্চম শ্ৰেণীলৈকে কলকাতাৰ এখন বিদ্যালয়ত পঢ়াশুনা কৰিছিল। তাৰপাছত যাদবপুৰত সোণৰ ব্যৱসায় আৰম্ভ কৰে। ইয়াৰ পাছত ১৯৮৪চনত তেওঁ অসমলৈ আহি সোণৰ ব্যৱসায় চলায়।

লগতে পঢ়ক:Covid Update ৰাজ্যত নতুনকৈ কিমান লোক আক্ৰান্ত হ’ল কোভিডত? মৃত্যু কিমানৰ?

আদালতে তেওঁক নাগৰিকত্ব দিব পাৰে বুলি জনাই দিছে। যদিও ইয়াক লৈ বিভিন্নজনৰ মাজত সংশয় সৃষ্টি হৈছে।

এগৰাকী আইনজ্ঞৰ মতে CAAৰ প্ৰয়োগক লৈ কোনো নিৰ্দিষ্ট নীতি-নিৰ্দেশনা প্ৰস্তুত হোৱা নাই। তেনেক্ষেত্ৰত সেই ব্যক্তিয়ে কেনেকৈ এই আইনৰ ভিত্তিত আবেদন কৰিলে সেয়া স্পষ্ট নহয়।    

Recent News

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

দুই কন্যাৰ বিশেষ প্ৰয়োজনৰ বাবেই এৰিব পৰা নাই বাসভৱন; জনালে প্ৰাক্তন মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিহাৰত NDAত ভাঙোন? আইন-শৃংখলাক লৈ নীতিশক কটাক্ষ; সকলো আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা চিৰাগৰ

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

বিশ্ব বেংকৰ দাবী- ভাৰতৰ প্ৰতি ৪জন লোকৰ ভিতৰত ১জন দৰিদ্ৰ; অন্ন-বস্ত্ৰ-বাসস্থানৰ পৰা বঞ্চিত ৩৫ কোটি ভাৰতীয়

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd