স্নাতক, স্নাতকোত্তৰ পৰীক্ষা সন্দৰ্ভত ঘোষণা গুৱাহাটী বিশ্ববিদ্যালয়ৰ

Gauhati University announcement on examinations

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষা সমূহৰ বাবে বিশেষ ঘোষণা কৰিছে বিশ্ববিদ্যালয় কৰ্তইপক্ষই।

ক’ভিড-১৯ৰ পৰিস্থিতিৰ স্বাভাৱিকতাৰ ভিত্তিত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ  চূড়ান্ত চেমিষ্টাৰৰ পৰীক্ষাসমূহ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা জাননীত প্ৰকাশ পাইছে।

পৰীক্ষাৰ সকলো নীতি নিয়ম ৩ সপ্তাহ পূৰ্বে আনুষ্ঠানিকভাবে  বিশ্ববিদ্যালয়ে প্ৰকাশ কৰিব বুলি জাননীত উল্লেখ।

ইয়াৰোপৰি, সকলো পৰীক্ষাৰ মাছুলৰ ক্ষেত্ৰত ২০ শতাংশ ৰেহাই দিয়াৰ কথা উল্লেখ কৰিছে জাননীত।