• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যাত্ৰীৰ চাহিদা বৃদ্ধি! গুৱাহাটীৰ পৰা চলিব আৰু কেইখনমান গ্ৰীষ্মকালীন বিশেষ ৰে’ল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2024 8:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গ্ৰীষ্মকালত যাত্ৰীৰ চাহিদা হঠাৎ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত, গুৱাহাটীৰ পৰা তিনিযোৰ গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ এক প্ৰেছ বিবৃতিত এই কথা কোৱা হৈছে।

উভয় দিশত এখন বিশেষ ৰে’ল জম্মু-কাশ্মীৰৰ জম্মু তৱী আৰু গুৱাহাটীৰ মাজত নটাকৈ ট্ৰিপৰ বাবে চলাচল কৰিব আৰু আনখন আঠটাকৈ ট্ৰিপৰ বাবে মহাৰাষ্ট্ৰৰ পুনেৰ হাদপছাৰ আৰু গুৱাহাটীৰ মাজত চলাচল কৰিব। যাত্ৰীসকলৰ সুবিধাৰ্থে দুয়োখন ৰে’লত এচি ২-টায়াৰ, এচি ৩-টায়াৰ আৰু শ্লীপাৰ শ্ৰেণীৰ ডবা থাকিব। আন এখন, বিশেষ ৰে’ল গুৱাহাটীৰ পৰা আগৰতলালৈ ৱান ৱে হিচাপে এটা ট্ৰিপৰ বাবে চলাচল কৰিব।

সেই অনুসৰি, গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬৫৬ (গুৱাহাটী – জম্মু তৱী) বিশেষ ৰে’লখন ০৬ মে’ৰ পৰা ০১জুলাই, ২০২৪ লৈ প্ৰতি সোমবাৰে ২০:৩০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি বুধবাৰে ১৭:৩৫ বজাত জম্মু তৱীত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬৫৫ (জম্মু তৱী – গুৱাহাটী) বিশেষ ৰে’লখন ০৯ মে’ৰ পৰা ০৪ জুলাই, ২০২৪ লৈ প্ৰতি বৃহস্পতিবাৰে জম্মু তৱীৰ পৰা ১০:০০ বজাত প্ৰস্থান কৰি শনিবাৰে ১৩:২০ বজাত গুৱাহাটীত আহি উপস্থিত হ’ব।

Apply Now

ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ জলপাইগুড়ী, কাটিহাৰ, বেগুছৰাই, হাজীপুৰ, ছাপ্ৰা, গোৰখপুৰ, লক্ষ্ণৌ, বৰেলী, চাহাৰনপুৰ, লুধিয়ানা, কাঠুৱা হৈ চলাচল কৰিব।

আন এখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬১০ (গুৱাহাটী – হাদপছাৰ) বিশেষ ৰেলখন ০৬মে’ৰ পৰা ২৪ জুন, ২০২৪ লৈ প্ৰতি সোমবাৰে ২০:৪০ বজাত গুৱাহাটীৰ পৰা প্ৰস্থান কৰি বুধবাৰে ১৮:২০ বজাত হাদপছাৰত গৈ উপস্থিত হব। উভতনি যাত্ৰাৰ দিশত, গ্ৰীষ্মকালীন বিশেষ ৰে’ল নং ০৫৬০৯ (হাদপছাৰ -গুৱাহাটী) বিশেষ ৰে’লখন ০৯ মে’ৰ পৰা ২৭ জুন, ২০২৪ লৈ হাদপছাৰৰ পৰা প্ৰতি বৃহস্পতিবাৰে ১০:০০ বজাত যাত্ৰা আৰম্ভ কৰি শনিবাৰে ০৮:১৫ বজাত গুৱাহাটীত আহি উপস্থিত হব।

ইয়াৰ উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, কাটিহাৰ, বাৰাউনি, দানাপুৰ, বক্সাৰ, মিৰ্জাপুৰ, সাতনা, ইটাৰ্চি, কোপাৰগাওঁ হৈ চলাচল কৰিব।

এই পথসমূহত ভ্ৰমণ কৰা অন্যান্য ৰে’লৰ প্ৰতীক্ষাসূচীত থকা যাত্ৰীসকলে এই গ্ৰীষ্মকালীন বিশেষ ৰে’লসমূহত আৰামেৰে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব পাৰিব। এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে বিভিন্ন সংবাদপত্ৰ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিভিন্ন চ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য অৱলোকন কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ইপিনে, ৱান ৱে বিশেষ ৰে’ল নং ০৫৬৬৩ (গুৱাহাটী- আগৰতলা) বিশেষ ৰে’লখন মঙলবাৰে ২৩:৩০ বজাত অৰ্থাৎ ০৭মে’, ২০২৪ তাৰিখে গুৱাহাটীৰ পৰা প্ৰস্থান কৰি পিছদিনা ১৬:০০ বজাত আগৰতলাত গৈ উপস্থিত হব। এচি ২-টায়াৰ, এচি ৩-টায়াৰ, শ্লীপাৰ আৰু সাধাৰণ ডবাৰে গঠিত এই ৱান ৱে বিশেষ ৰে’লখন জাগীৰোড, চাপৰমুখ, হোজাই, লামডিং, নিউ হাফলং, বদৰপুৰ, নিউ কৰিমগঞ্জ, ধৰ্মনগৰ, কুমাৰঘাট আৰু আম্বাছা হৈ চলাচল কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd