• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জে এন য়ুৰ ঘটনাৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰৰ প্ৰতিবাদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 8, 2020 4:04 pm

2 min read

GUTA-750x375

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰতিবাদ

3.6k
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু শিক্ষকসকলে একেলগে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত হোৱা আক্ৰমণৰ ঘটনাক গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সমাজ, স্নাতকোত্তৰ ছাত্ৰ সন্থা আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় ছাত্ৰ সন্থাই গৰিহণা দি বিশ্ববিদ্যালয় চৌহদত ইয়াৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে।

বিশ্বিবিদ্যালয়খনত শনিবাৰে সন্ধিয়া সংঘটিত হোৱা আক্ৰমণৰ ঘটনাত অসমকে ধৰি দেশৰ বিভিন্ন অঞ্চলৰ প্ৰায় ৪০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক আঘাতপ্ৰাপ্ত হৈছিল।

‘‘জে এন য়ুৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে আমি একতা প্ৰকাশ কৰিছো আৰু ঘটনাত আঘাতপ্ৰাপ্ত সকলৰ আশু আৰোগ্য কামনা কৰিছো। বিশ্ববিদ্যালয়খনৰ চৌহদৰ ভিতৰত আইন-শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে’’, গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ সভাপতি অখিল ৰঞ্জন দত্তই কয়।

‘‘জে এন য়ুই গণতান্ত্ৰিকভাৱে আগবাঢ়ি যোৱাৰ বাবে স্থান প্ৰদান কৰে। বিশ্ববিদ্যালয়খনৰ কোনো নিৰ্দিষ্ট সীমাৰেখা নাই, বিশ্বৰ বিভিন্ন স্থানৰ পৰা অধ্যায়ণৰ বাবে ইয়ালৈ ছাত্ৰ-ছাত্ৰী আহে’’, দত্তই লগতে কয়।

বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থায়ো সমগ্ৰ ঘটনাক গৰিহণা দি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ লগতে ভবিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত হ’ব নোৱাৰে তাৰ বাবে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ বাবে দাবী জনায়।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd