• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্ব দৰবাৰত অধিক প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ত টাই-আহোম ভাষা বিষয়ক পাঠ্যক্ৰম মুকলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:44 am
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০’ ৰ পৰিকাঠামোক গুৰুত্ব প্ৰদান কৰি এক ঐতিহাসিক পদক্ষেপ হিচাপে গৌৰৱময় টাই-আহোম ভাষাক শৈক্ষিক দিশৰ জৰিয়তে বিশ্ব দৰবাৰত অধিক প্ৰচাৰ আৰু প্ৰসাৰ কৰি গৱেষণাৰ দিশত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ অৰ্থে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘চেণ্টাৰ ফৰ চাউথ ইষ্ট এছিয়ান ষ্টাডিজ’ৰ উদ্যোগত আৰম্ভ হোৱা ‘Six-Months Certificate Course in Tai Ahom Language and Medieval Manuscriptology’ শীৰ্ষক পাঠ্যক্ৰমৰ উদ্বোধনী অনুষ্ঠান এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজেৰে সম্পন্ন হয়।

উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ সন্মানীয় প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট ইতিহাসবিদ পদ্মশ্ৰী যোগেন্দ্ৰ নাথ ফুকনে উল্লেখ কৰে যে, “টাই-আহোম ভাষা আৰু ইতিহাস আমাৰ পৰিচয়ৰ অবিচ্ছেদ্য অংশ। এই ভাষাৰ সংৰক্ষণ আৰু গৱেষণা কেৱল শৈক্ষিক কৰ্ম নহয়, ই আমাৰ ঐতিহ্য ৰক্ষা কৰাৰ এক দায়িত্ব।”

Apply Now

পাঠ্যক্ৰম উদ্বোধন কৰি উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই ভাষা এটা জাতিৰ জীৱন্ত পৰিচয় আৰু ইয়াৰ পুনৰুত্থানেই সাংস্কৃতিক স্বাভিমানৰ পুনৰ জাগৰণ বুলি উল্লেখ কৰি কয় যে, “ভাষা এটা জাতিৰ প্ৰাণ; ইয়াৰ পুনৰুজ্জীৱনেই সাংস্কৃতিক স্বাভিমানৰ পুনৰোদয়। Indigenous Knowledge System (IKS)ৰ জৰিয়তে আমাৰ ঐতিহ্যগত জ্ঞানক বিজ্ঞানভিত্তিক গৱেষণা আৰু সৃষ্টিশীল চিন্তাৰে অধিক সমৃদ্ধ কৰি আগবঢ়াই নিব লাগিব। পুথি-পাণ্ডুলিপিসমূহ কেৱল অতীতৰ স্মৃতিচিহ্ন নহয়, ই অমূল্য জ্ঞানভাণ্ডাৰ হিচাপে আমাৰ ভৱিষ্যত নিৰ্মাণত পথপ্ৰদৰ্শকৰ ভূমিকা পালন কৰে।”

উদ্বোধনী অনুষ্ঠানত পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মা, শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈ, অধ্যাপক ধ্ৰুৱ প্ৰতিম শৰ্মা, বিশিষ্ট শিক্ষাবিদ ড⁰ দয়ানন্দ বৰগোহাঁই, ড⁰ বিজু মৰাণ, ড⁰ নিত্যানন্দ গগৈ সমন্বিতে অধ্যাপক, গৱেষক তথা ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm
প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

প্ৰথমবাৰৰ বাবে এন এছ জিত মহিলা কামাণ্ডো ; ইতিমধ্যে আৰম্ভ হৈছে কঠোৰ প্ৰশিক্ষণ

August 25, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd