• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2025 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱ তথা উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ শৈক্ষিক, সাংস্কৃতিক, গৱেষণামূলক তথা বিভিন্ন দিশৰ অৱদানকসমূহক আগুৱাই নিয়াৰ অৰ্থে ‘চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ‘ শীৰ্ষক এটি প‘ডকাষ্ট মুকলি কৰিছে । ১৮ জুন, ২০২৫ তাৰিখে সন্ধিয়া ৭:০০ বজাত বিশ্ববিদ্যালয়ৰ ফেচবুক আৰু ইউটিউব চেনেলত প্ৰচাৰ হ’বলগীয়া প্ৰথমটি অধ্যায়ত বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্ত উপস্থিত থাকিব ।

উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই এই পদক্ষেপৰ প্ৰতি উৎসাহ প্ৰকাশ কৰি কয়, “এই প’ডকাষ্টে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চহকী সংস্কৃতিক বিশ্বদৰবাৰত চিনাকি কৰি দিয়াৰ ক্ষেত্ৰত এক বিশেষ মাধ্যম হিচাপে চিহ্নিত হৈ ৰব। ই আমাৰ শৈক্ষিক দিশ, সাংস্কৃতিক পৰম্পৰা আৰু আমাৰ শিক্ষাৰ্থী তথা অধ্যাপকৰ অৰ্থপূৰ্ণ কথা-বতৰাক উৎসাহিত কৰিব।” তেওঁ লগতে উল্লেখ কৰে যে, “প্ৰথম খণ্ডটোত জৰিত হ‘বলৈ পাই মই আনন্দিত হৈছো আৰু এই বিশেষ পদক্ষেপৰ অংশ হ’বলৈ সকলোকে আমন্ত্ৰণ জনাইছো।”

Apply Now

উল্লেখযোগ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৰ্বাংগীন বিকাশৰ উদ্দেশ‍্যে আৰম্ভ কৰা প‘ডকাষ্ট ‘Chai, Chatters & Chapters’ ত পাৰমাণৱিক পদাৰ্থ বিজ্ঞানৰ অগ্ৰগতিৰ পৰা আৰম্ভ কৰি উদ্ভাৱনৰ দিশৰ অগ্ৰণী গৱেষণামূলক প্ৰচেষ্টাসমূহ অন্বেষণ কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ বৈচিত্ৰময় সংস্কৃতিৰো প্ৰতিফলন হ‘ব ।

প‘ডকাষ্টৰ প্ৰতিটো অধ্যায়ত শৈক্ষিক দিশৰ উপৰিও বিশ্ববিদ্যালয়ৰ বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক ক্লাব, এন চি চি তথা এন এছ এছৰ অধীনৰ বিভিন্ন উন্নয়নমূলক বিষয়সমূহ সামৰি লোৱা হব। প্ৰাক্তন শিক্ষাৰ্থী, গৱেষক, প্ৰশাসক, অধ্যাপক আৰু ছাত্ৰ-ছাত্ৰীৰ কণ্ঠক সন্নিবিষ্ট কৰা এই প‘ডকাষ্টত সমাজবিজ্ঞানৰ পৰা বিজ্ঞানলৈকে, পদাৰ্থ বিজ্ঞানৰ পৰা মনোবিজ্ঞানলৈকে আৰু গৱেষণাৰ পৰা ইন্টাৰ্ণস্বিপলৈকে বিস্তৃত শৈক্ষিক বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শিক্ষাৰ্থীৰ বিকাশৰ বাবে কাম কৰাটোৱেই মূল লক্ষ্য হ‘ব।

উত্তৰ-পূৰ্বাঞ্চল, সমগ্ৰ ভাৰত তথা দক্ষিণ-পূব এছিয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন পদক্ষেপক বিশেষ মঞ্চ প্ৰদান কৰাৰ অৰ্থে আৰম্ভ কৰা উক্ত প‘ডকাষ্টত বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু সাধাৰণ জনতাক সহযোগিতা আগবঢ়াবলৈ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd