• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক সমাৱৰ্তন; সংগীতজ্ঞ ৰমেন চৌধুৰীলৈ সন্মানীয় পিএইচডি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 7, 2024 12:49 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক সমাৱৰ্তনখন অহা ১৫ মাৰ্চত অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই সমাৱৰ্তনত সভাপতিত্ব কৰিব।

সমাৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনৰ কাৰ্যবাহী পৰিষদে গণিতক জনপ্ৰিয় কৰি তোলাত অনবদ্য অৱদান আগবঢ়োৱা প্ৰথিতযশা গণিতজ্ঞ অধ্যাপক তাৰকেশ্বৰ চৌধুৰীক ‘ডক্টৰ অব্‌ ছায়েঞ্চ’ সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত লৈছে।

সেইদৰে অসমীয়া সংগীতক সুকীয়া মাত্ৰা প্ৰদান কৰা বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী আৰু অসমৰ প্ৰথম মহিলা মাউত পদ্মশ্ৰী পাৰ্বতী বৰুৱাক সন্মানীয় পি এইচ.ডি ডিগ্ৰী আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে।

Apply Now

লগতে পঢ়কঃ ফাদিল অভিপ্ৰায়! নিৰ্বাচনী বণ্ডৰ তথ্য দিবলৈ উচ্চতম ন্যায়ালয়ত হোহকা পিছলা কৰা SBI চৰকাৰৰ বাবে কিন্তু তৎপৰ

উল্লেখ্য যে সমাৱৰ্তনত ডিগ্ৰী, ডিপ্ল’মা গ্ৰহণৰ বাবে ৫৪,৮৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অৰ্হতা অৰ্জন কৰিছে।

সমাৱৰ্তন অনুষ্ঠানত মুখ্যমন্ত্ৰী ড’ হিমন্তবিশ্ব শৰ্ম| মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ সম্ভাৱনা আছে।

বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড’ হেমন্ত কুমাৰ নাথে আদৰণী ভাষণ প্রদান কৰিবলগীয়া সমাৱৰ্তনখনত উপাচাৰ্য অধ্যাপক প্রতাপজ্যোতি সন্দিকৈয়েও ভাষণ প্ৰদান কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

উত্তৰ-পূবলৈ বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ ২,৫৩৬.৯৬ কোটি টকা, ৰাজ্যসভাত সদৰী কৰিলে মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে

August 3, 2026 7:55 pm
ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

ৰে’লত নিম্নমানৰ খাদ্য যোগান: আই আৰ চি টি চিৰ সেৱা প্ৰদানকাৰীক ৫ কোটিৰো অধিক টকাৰ জৰিমনা

August 3, 2026 7:14 pm
ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

ধুবুৰীৰ উপ-পঞ্জীয়কৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতিৰ অভিযোগ, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী ১৫০ গৰাকী অধিবক্তাৰ

August 3, 2026 7:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

কাজিৰঙাক কেন্দ্ৰ কৰি প্ৰণৱ দলেৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ আৰোপৰ তীব্ৰ বিৰোধিতা, তাৎক্ষণিক মুক্তিৰ দাবী দেশৰ ৬০ৰো অধিক সংগঠনৰ

August 3, 2026 8:34 pm
এফালে প্ৰলয়ংকাৰী বান, আনফালে বৰষুণৰ নাটনি! আশ্চৰ্যজনক তথ্য আই এম ডিৰ

উত্তৰ-পূবলৈ বান নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ ২,৫৩৬.৯৬ কোটি টকা, ৰাজ্যসভাত সদৰী কৰিলে মন্ত্ৰী ৰাজ ভূষণ চৌধুৰীয়ে

August 3, 2026 7:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd