• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীলৈ সাংসদ গৌৰৱ গগৈৰ পৰামৰ্শ —’দল ভঙাতকৈ নিজৰ কাম কৰক’

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 21, 2021 5:33 pm
mmkmk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনৰ পাছতেই মুখ্যমন্ত্ৰীলৈ পৰামৰ্শ সাংসদ গৌৰৱ গগৈৰ।

দল ভঙাতকৈ নিজৰ কাম কৰক আৰু বিৰোধী পক্ষক পৰামৰ্শ দিয়াতকৈ নিজৰ মন্ত্ৰী সকলক কাম কৰিবলৈ পৰামৰ্শ দিয়ক বুলিও উল্লেখ কৰে গগৈয়ে।

Apply Now

“নিৰ্বাচন শেষ হৈছে সেইবাবে নিজৰ কামত মন দি প্ৰতিশ্ৰুতি পালন কৰক।মুখ্যমন্ত্ৰীৰ কাম দলৰ শক্তি বঢ়োৱা নহয়। বিধায়ক ভঙা মেলা এৰি যদি জাগীৰোড,কাছাৰ পেপাৰ মিল যদি পুনৰ উজীৱিত কৰে, আত্মসহায়ক গোটৰ ঋণ মাফ কৰে,চাহ শ্ৰমিক সকলৰ যদি হাজিৰ বৃদ্ধি কৰে মই বেছি ভাল পাম” বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে।

আনহাতে শিক্ষা বিভাগক কটাক্ষ কৰি গগৈয়ে কয়” তেওঁঁকৰ শিক্ষা বিভাগৰ অৱস্থা নাই। এই সময়ত evaluationৰ চিষ্টেমতো ঠিক কৰক।”

আনহাতে তেখেতে পুনৰ কয় “ক্ষমতা মাত্ৰ নিজৰ বিধায়ক সকলৰ সংখ্যা বৃদ্ধি কৰাৰ বাবে ক্ষমতা নহয়।এই ক্ষমতা ৰাইজে দিছে ৰাইজক উপকৃত কৰিবলৈ। চৰকাৰৰ খনৰ এমাহ সম্পূৰ্ণ হৈ গ’ল কিন্তু এই পৰ্যন্ত মূল্যবৃদ্ধি ৰোধ নহল।

বিধায়ক সকলৰ ব্যক্তিগত স্বাৰ্থত ৰূপজ্যোতি কুৰ্মীয়ে যদি বিজেপি দলত যোগদান কৰি শ্ৰমিক সকলৰ হাজিৰা বৃদ্ধি কৰিব পাৰে তেতিয়া মই ৰূপজ্যোতি কুৰ্মীক ধন্যবাদ জনাম ।

কিন্তু যদি তাৰ পৰিৱৰ্তে ৰূপজ্যোতি কুৰ্মীয়ে বাগানৰ মালিকৰ হকে মাত মতে তেতিয়া তেওঁ যলৈ গৈছে তাত তেখেতে কেতিয়াও শান্তি নাপাব।

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা

Stay Connected

  • 117k Fans

Recent News

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm
চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

October 24, 2026 6:06 pm
পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd