• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Gaurav Gogoi lashes out at Centre: ‘চীন-ভাৰত সংঘাত বিষয়ত মোডী চৰকাৰৰ DDLJ নীতি’: তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 12, 2022 7:17 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Gaurav Gogoi lashes out at Centre মোডী চৰকাৰে DDLJ নীতিৰে ভাৰত-চীন সীমান্ত সংঘাতৰ বিষয়ত আগবাঢ়িছে। এই অভিযোগ তুলি কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ ওপৰত তীব্ৰ ক্ষোভ উজাৰিছে।

স্বাভাৱিকতে DDLJ শব্দটোৰে যিকোনো ভাৰতীয়ই শ্বাহৰুখ খান আৰু কাজল অভিনীত ব্লকবাষ্টাৰ ছবি ‘দিলৱালে দুলহানিয়া লেজায়েংগে’ৰ কথাই মনলৈ আনিব পাৰে। কিন্তু গৌৰৱৰ বক্তব্যত প্ৰকাশ পোৱা DDLJ কিছু পৃথক।

গৌৰৱ গগৈয়ে কয় যে মোডী চৰকাৰে চীনৰ সৈতে ‘ডিনাই, ডিচট্ৰাক্ট, লাই, জাষ্টিফাই’ৰ DDLJ নীতিৰে চীনৰ সৈতে সীমান্ত বিবাদৰ বিষয়ত আগবাঢ়ি আছে।

Apply Now

লগতে পঢ়ক: নেচনেল হেৰাল্ড গোচৰ: ছোনিয়া গান্ধীলৈ পুনৰ ইডিৰ চমন, ২১ জুলাইত হাজিৰ হ’বলৈ নিৰ্দেশ

এই চাৰিটা শব্দত গৌৰৱ গগৈয়ে ক’ব বিচাৰিছে, অস্বীকাৰ কৰা, দৃষ্টি অঁতৰাই দিয়া, মিথ্যাচাৰ আৰু ইয়াক ন্যায়সঙ্গত কৰা”, মোডী চৰকাৰে চীনৰ সৈতে ভাৰতৰ সীমান্ত সংঘাতক এনেদৰে আগুৱাই নিছে।

কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ গগৈয়ে কয় যে চৰকাৰৰ ভাষা ক্ৰমান্বয়ে দুৰ্বল হৈ আহিছে।

গৌৰৱ গগৈয়ে কয়, “এনে লাগিছে যে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক মন্ত্ৰী ৱাংলিয়েৰ মাজত হোৱা বৈঠকৰ পাছতো উত্তৰ লাডাখ সীমান্তত স্থায়ী সমাধানৰ কোনো পথ মুকলি হোৱা নাই।‘’

লগতে পঢ়ক: পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীত দুই সন্ত্ৰাসবাদী সদস্য নিহত

প্ৰধানমন্ত্ৰী মোডীক কটাক্ষ কৰি গগৈয়ে কয়, “এসময়ত যিজনে চীনক ‘ৰঙা চকু’ দেখুৱাব বুলি কৈছিল তেওঁ এতিয়া চীনৰ নাম ল’বলৈ ভয় কৰে। এই সন্দৰ্ভত গৌৰৱ   গগৈৰ অভিযোগ যে যোৱা ৭ মে’ৰ জয়শংকৰ আৰু ৱাংলিয়েৰ মাজত হোৱা বৈঠক বিফল হৈছে।

গৌৰৱ গগৈয়ে পুনৰ কটাক্ষ কৰি কয়, “দেখা গৈছে যে চীনাসকলে যথেষ্ট আক্ৰমণাত্মক হৈ পৰিছে। য’ত আমাৰ নেতৃত্বই ভাৰতীয়সকলক বিভ্ৰান্ত কৰি ৰাখি DDLJ নীতিৰে আগবাঢ়িছে।‘’

তীব্ৰ অভিযোগ উত্থাপন কৰি গৌৰৱে কয়, “যদি আমাৰ প্ৰধানমন্ত্ৰীয়েই সঁচা কথাটো ক’ব নোৱাৰে (লাডাখ বিষয়ত) তেন্তে আমাৰ শত্ৰুসকলে এইটো মানি  ল’বনে?”

লগতে পঢ়ক: World Population Day বিশ্ব জনসংখ্যা দিৱস: দেশৰ বাবে বিশেষ খৱৰ; অহা বছৰেই ভাৰতৰ জনসংখ্যাই অতিক্ৰম কৰিব চীনক!

গৌৰৱ গগৈয়ে লাডাখ বিষয়ত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৱেবছাইটৰ পৰা নথিপত্ৰ প্ৰত্যাহাৰ কৰাকলৈও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

চৰকাৰৰ নীতি আৰু ন্যায়িক হস্তক্ষেপে ভাৰতক বিশ্ব মধ্যস্থতা কেন্দ্ৰ হোৱাত বাধা দিছে: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

July 19, 2026 6:47 pm
আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

আমেৰিকাত প্ৰৱেশৰ অনুমতি নাপালে স্পেইনৰ বিশ্বকাপজয়ী তাৰকাই! ফাইনেল চাবলৈ ড’নাল্ড ট্ৰাম্পলৈ কাতৰ আহ্বান কাপডেভিলাৰ

July 19, 2026 4:57 pm
৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

৭২সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা : যদুমণি দত্তৰ ‘জুইফুল’লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

July 19, 2026 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

সোণম ৱাংচুকক অন্য চিকিৎসালয়লৈ স্থানান্তৰ কৰিবলৈ অস্বীকাৰ আদালতৰ; চাফদৰজং হাস্পতালতে চলিব ৱাংচুকৰ চিকিৎসা

July 19, 2026 7:40 pm

চৰকাৰৰ নীতি আৰু ন্যায়িক হস্তক্ষেপে ভাৰতক বিশ্ব মধ্যস্থতা কেন্দ্ৰ হোৱাত বাধা দিছে: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

July 19, 2026 6:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd