• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰী মোদীক উচিত প্ৰত্যুত্তৰ গৌৰৱ গগৈৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
July 30, 2025 4:32 pm
134
VIEWS
Share on FacebookShare on Twitter

অপাৰেশ্যন সিন্দূৰক লৈ সংসদত চলি থকা বিতৰ্কত অংশগ্ৰহন কৰি সদনত  প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ শুনাৰ পাছত কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি সংবাদ মাধ্যমৰ সন্মুখত  কয় , “প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই  তেওঁৰ ২ ঘণ্টীয়া ভাষণত অপাৰেচন সিন্দূৰৰ সকলো শ্ৰেয় নিজে ল’বলৈ আপ্ৰাণ চেষ্টা কৰিলে। ভাষণৰ আৰম্ভণিত তেওঁ কৈছিল যে দেশবাসীয়ে তেওঁক সমৰ্থন কৰিছে। এইয়া তেওঁৰ সম্পূৰ্ণ ভুল ব্যাখ্যা। দেশবাসীয়ে ভাৰত চৰকাৰ আৰু ভাৰতীয় সেনাবাহিনীকহে আকুন্ঠ সমৰ্থন দিছিল।”

লগতে গগৈয়ে কয়, “এইটোও অত্যন্ত দুৰ্ভাগ্যজনক যে প্ৰধানমন্ত্ৰীয়ে যেনেদৰে অপাৰেশ্যন সিন্দূৰৰ সকলো শ্ৰেয় (Credit)লবলৈ আপ্ৰাণ চেষ্টা কৰিলে, ঠিক তেনেদৰে পেহেলগামৰ নাৰকীয় ঘটনাৰ  বাবে নিজৰ বিফলতাৰ নৈতিক দায়িত্ব লোৱাৰ পৰা আঁতৰি থাকিল ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ২৮-২৯ বাৰ যুদ্ধবিৰতি সম্পৰ্কে উল্লেখ কৰিছিল, কিন্তু প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতিবাদত এটা টু শব্দও নক’লে । প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়েও প্ৰধানমন্ত্ৰীক উদ্দেশ্যি এই বিষয়টো আজি উপস্হাপন কৰিছিল।”

“ঠিক তেনেদৰে ৰাহুল গান্ধী ডাঙৰীয়াইও ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু চীনৰ প্ৰসংগ উত্থাপন কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক ভাবে প্ৰধানমন্ত্ৰীয়ে এবাৰৰ বাবেও চীনৰ নাম পৰ্য্যন্ত উল্লেখ নকৰিলে। ভাৰতীয় সেনাবাহিনীৰ জ্যেষ্ঠ বিষয়াসকলে অপাৰেশ্যন সিন্দূৰৰ সময়ত চীনৰ ভূমিকা থকাৰ সম্পৰ্কে মন্তব্য কৰিছিল। তেওঁলোকে কৈছিল যে পাকিস্হান সেনাবাহিনী আৰু বায়ুসেনাক চীনে সহায় কৰিছিল। কিন্তু, ইমান গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয় এটাত প্ৰধানমন্ত্ৰীয়ে এটা শব্দ উল্লেখ নকৰিলে ।”, গগৈয়ে কয়।গগৈয়ে লগতে কয়, “ইয়াৰ পৰিবৰ্তে প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছ দল আৰু পণ্ডিত নেহৰুক মিছা অভিযোগেৰে অপযশ বা কলংকিত কৰিবলৈ বিচৰা সেই পুৰণি অভ্যাসৰেই পুনৰাবত্তি কৰিবলৈ চেষ্টা কৰিলে। মই মাথো এইটোৱেই কবলৈ বিচাৰো যে – প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি ২ ঘন্টা কিয়, ২০০০ ঘন্টা পণ্ডিত নেহৰুৰ বিৰুদ্ধে অপযশ আনিবলৈ চেষ্টা কৰিলেও সমগ্ৰ দেশবাসী আৰু বিশ্বই নেহৰুজীৰ অনবদ্য অৱদানৰ বিষয়ে সদায়েই শ্ৰদ্ধাৰে স্মৰণ কৰিব।”

Recent News

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd