• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Gautam Adani: ক’ত ৰ’ল আম্বানি? বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত গৌতম আদানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 16, 2022 3:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Gautam Adani becomes world’s 2nd richest person গৌতম আদানীয়ে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত দ্বিতীয় স্থানত উপনীত হৈছে। তেওঁ আমাজনৰ মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছক অতিক্ৰমি ফৰ্বছৰ তালিকাৰ দ্বিতীয় শীৰ্ষস্থানলৈ উঠিছে। ইলন মাস্ক এতিয়াও পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে তালিকাৰ শীৰ্ষত আছে।

কেইদিনমান পূৰ্বে গৌতম আদানী এছিয়াৰ প্ৰথম নাগৰিক হিচাপে বিশ্বৰ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত উপনীত হৈছিল।

শুকুৰবাৰে প্ৰকাশিত ফৰ্বছৰ ৰিয়েল-টাইম বিলিয়নেয়াৰৰ তালিকা অনুসৰি আগৰ বছৰৰ তুলনাত আদানীৰ সম্পত্তি প্ৰায় চাৰি শতাংশ বৃদ্ধি পাইছে। বৰ্তমান আদানী গ্ৰুপৰ অধ্যক্ষৰ মুঠ সম্পত্তি হৈছে ১২.৫ লাখ কোটি। এইদৰে তেওঁ অলপৰ বাবে আমাজনৰ গৰাকীক অতিক্ৰম কৰিছে।

Apply Now

লগতে পঢ়ক: আঠ দিন ধৰি ঘৰত বন্দী কৰি ৰাখি মহিলাক ধৰ্ষণ! পুনৰ অভিযোগৰ কেন্দ্ৰ উত্তৰ প্ৰদেশ

এই তালিকাত আদানীয়ে লুই ভিটনৰ প্ৰতিষ্ঠাপক বাৰ্ণাৰ্ড আৰ্নাল্টকো অতিক্ৰম কৰিছে। অৱশ্যে আগৰ তালিকাৰ দৰে টেছলাৰ পৰিচালক এলন মাস্ক এইবাৰো শীৰ্ষত আছে। মুকেশ আম্বানী বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত শীৰ্ষ ১০ জনৰ ভিতৰত আছে।

যোৱা ৩০ আগষ্টত আদানী বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত তৃতীয় স্থান লাভ কৰা প্ৰথম এছিয়াৰব্যক্তি হিচাপে পৰিগণিত হয়। কিন্তু সাম্প্ৰতিক সময়ত কেইবাটাও প্ৰতিবেদনত কোৱা হৈছে যে আদানী গোটে ইয়াৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ প্ৰয়োজনতকৈ অধিক ঋণ লৈছে। ইয়াৰ ফলত ভৱিষ্যতে সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলিও প্ৰতিবেদনত দাবী কৰা হৈছে। অৱশ্যে আদানী গোটে এই দাবী নাকচ কৰিছে। ১৫ পৃষ্ঠাৰ এক প্ৰতিবেদন প্ৰকাশ কৰি কোৱা হৈছে যে আদানী গোটে নিৰন্তৰ ঋণৰ বোজা হ্ৰাস কৰি আছে।

লগতে পঢ়ক: ষ্টেডিয়ামৰ পিছত আহমেদাবাদত এইবাৰ নৰেন্দ্ৰ মোডীৰ নামেৰে মেডিকেল কলেজ

২০২২ চনৰ আৰম্ভণিৰ পৰা আদানীৰ সম্পত্তি ক্ৰমান্বয়ে বৃদ্ধি পাইছে। যোৱা ফেব্ৰুৱাৰীত গৌতম আদানীয়ে মুকেশ আম্বানীক অতিক্ৰম কৰি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হয়। এই বছৰৰ আৰম্ভণিৰ পৰা আদানীৰ সম্পত্তি ৭,০০০ কোটি ডলাৰ বৃদ্ধি হৈছে। মুকেশ আম্বানী ফৰ্বছৰ তালিকাত আঠ নম্বৰত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd