DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী ক্ৰয়; সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকাৰ সাহায্য গৌতম গম্ভীৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 24, 2020 3:11 pm
Gautam-Gambhir-Facts-in-Hin

প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ।

137.5k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা বেটছমেন তথা বিজেপিৰ সাংসদ গৌতম গম্ভীৰে সোমবাৰে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী ক্ৰয় কৰাৰ বাবে ৫০ লাখ টকাৰ সহায্য ঘোষণা কৰে।

‘‘আমাৰ চহৰৰ লোকসকলক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু ইয়াৰ ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসাৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰাৰ বাবে মই সাংসদ পুজিৰ পৰা ৫০ লাখ টকা দিল্লী চৰকাৰলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো,’’ দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ এখন পত্ৰ লিখি বিজেপিৰ সাংসদ গৰাকীয়ে এনেদৰে উল্লেখ কৰে।

গৌতম গম্ভীৰে ইয়াৰোপৰি বিভাগীয় বিষয়াসকলক আৰু কিবা প্ৰয়োজনীয় সামগ্ৰী আছে নেকি জনোৱাৰ বাবে আহ্বান জনাইছে।

দিল্লীৰ মুখ্য মন্ত্ৰীলৈ লিখা পত্ৰখন টুইটাৰত শ্বেয়াৰ কৰি গৌতম গম্ভীৰে লিখে, ‘‘অস্ত্ৰ অবিহনে যুদ্ধ জয় কৰা সম্ভৱ নহয়। ক’ৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে কোনোধৰণৰ সামগ্ৰীৰ অভাৱ হ’ব নোৱাৰে সেইবাবে মই মোৰ সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকা ৰাজ্যৰ চিকিৎসালয়লৈ আগবঢ়োৱাৰ সিদ্ধান্ত লৈছো।’’

গৌতম গম্ভীৰে টুইটাৰযোগে দেশৰ জনসাধাৰণক ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকি নিজৰ যত্ন লোৱাৰ লগতে চাফ-চিকুনতাৰ প্ৰতি গুৰুত্ব দি চৰকাৰক সহায় কৰিবলৈ আহ্বান জনায়।

আনহাতে, গম্ভীৰে যিসকলে চৰকাৰে দিয়া লকডাউনৰ আদেশ পালন নকৰে তেওঁলোকক জেইলৰ ভিতৰলৈ প্ৰেৰণ কৰাৰ বাবেও আহ্বান জনায়।

Recent News

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

ভাৰতক নিলম্বন নকৰিবলৈ ফিফাক অনুৰোধ; গিয়ান্নি ইনফান্টিনোলৈ পত্ৰ প্ৰফুল পেটেলৰ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

জলসিঞ্চনৰ ৪কোটি টকা আত্মস্যাৎ কৰা গোচৰৰ মূল অভিযুক্ত অভিযন্তা সত্যৰাম কলিতাৰ আত্মসমৰ্পণ

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

খাদ্যৰ অভাৱ! কাৰাগাৰৰ ভিতৰতে অসুস্থ হৈ পৰিল নৱজ্যোত সিং সিদ্ধু

Mamata Banerjee hit out at the BJP

হিটলাৰ, মুছুলিনিতকৈও ভয়াৱহ বিজেপিৰ শাসন: বিজেপিৰ বিৰুদ্ধে সৰৱ তৃণমূল মূৰব্বী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd