• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভীমা কোৰেগাঁও গোচৰত অভিযুক্ত সমাজ কৰ্মী গৌতম নৱালাখাক কাৰাগাৰৰ উচ্চ-সুৰক্ষা বেৰেকলৈ স্থানান্তৰিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 26, 2021 8:50 pm
Bhima Koregaon case
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভীমা কোৰেগাঁও গোচৰত গ্ৰেপ্তাৰ হোৱা সত্তৰ বছৰীয়া সমাজ কৰ্মী গৌতম নৱালাখাক মুম্বাইৰ তালোজা কাৰাগাৰৰ উচ্চ সুৰক্ষা বেৰেক ‘আন্দা চাৰ্কল’লৈ স্থানান্তৰ কৰা হৈছে। এই কথা জানিবলৈ দিছে তেওঁৰ সহযোগী তথা নাৰী অধিকাৰ কৰ্মী শভা হুছেইনে।

এক বিবৃতিত হুছেইনে কয়, “মোক কৰা কলৰ উপৰিও, ফোন কলৰ জৰিয়তে উকীলসকলৰ নিয়মীয়া প্ৰৱেশাধিকাৰ বিচাৰাধীন বন্দীসকলৰ বাবে এক অত্যাৱশ্যকীয় সুবিধা। যিকোনো বিচাৰাধীন বন্দীক আইনী পৰামৰ্শ আৰু সহায়, বা পৰিয়ালৰ সৈতে যোগাযোগ কৰা এই কাৰ্যকৰী আৰু দক্ষ পদ্ধতিৰ পৰা বঞ্চিত কৰাটো হৈছে এক অন্যায়।”

তেওঁ লগতে কয় যে স্থানান্তৰৰ বাবে নৱালাখাৰ ইতিমধ্যে ভঙ্গুৰ স্বাস্থ্যৰ আৰু অৱনতি হৈছে।

উল্লেখ্য যে ভীমা কোৰেগাঁও গোচৰত গ্ৰেপ্তাৰ কৰা আন এজন সমাজ কৰ্মী ষ্টেন স্বামীৰ ইতিমধ্যে কাৰাগাৰতে মৃত্যু হৈছে।

Apply Now

হুছেইনে ষ্টেন স্বামীৰ বিষয়েও কয় যে অতি কৰুণ পৰিস্থিতিত ষ্টেন স্বামীয়ে মৃত্যুবৰণ কৰিছিল। এনে প্ৰাথমিক প্ৰয়োজনীয়তাৰ বাবেও তেওঁ তীব্ৰ যুঁজ দিব লগা হৈছিল।

নৱালাখা হৈছে ১১ জন কৰ্মী, শিক্ষাবিদ আৰু উকীলৰ ভিতৰত এজন যাৰ ওপৰত নক্সালৰ সৈতে সম্পৰ্ক থকা আৰু পুনেৰ এলগাৰ পৰিষদ সভাত উচতনিমূলক ভাষণ দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ১১ জন সমাজ কৰ্মী, শিক্ষাবিদ,অধিবক্তাৰ ভিতৰত নৱালাখা অন্যতম।

তেওঁলোকৰ ওপৰত ২০১৮ চনৰ ১ জানুৱাৰীত ভীমা কোৰেগাঁওত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ক্ষেত্ৰত উচতনিমূলক ভাষণ দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছিল। পুনে আৰক্ষীয়ে এই সকল ব্যক্তিৰ বিৰুদ্ধে বিতৰ্কিত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন ১৯৬৭ ৰ অধীনত গোচৰ ৰুজু কৰিছিল।

অতি ক্ষোভেৰে শভা হুছেইনে কয়, “গৌতমে সাহস আৰু আত্মবিশ্বাসেৰে তেওঁৰ অযৌক্তিক কাৰাবাসৰ মোকাবিলা কৰিছে। তেওঁৰ মতামতৰ বাবে তেওঁক আৰু কিমান সময় অত্যাচাৰ কৰা হ’ব, আৰু কৰ্তৃপক্ষই কিমান পৰিমাণে তেওঁক দমন কৰিবলৈ চেষ্টা কৰিব ?”

মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰে ২ ছেপ্টেম্বৰত মুম্বাই উচ্চ ন্যায়ালয়ক জনাইছিল যে নৱালাখাক চিকিৎসা পৰীক্ষাৰ বাবে খাৰঘৰৰ টাটা মেম’ৰিয়েল চেণ্টাৰলৈ লৈ যোৱা হ’ব।

নৱালাখাৰ পৰামৰ্শদাতাৰ দ্বাৰা উত্থাপিত এক আবেদনৰ পিছত অধিবক্তা যুগ চৌধুৰীয়ে নৱলাখাৰ বুকুত এটা মাংসপিণ্ড বিকশিত হৈছে বুলি সদৰী কৰিছিল।

উল্লেখ্য যে যোৱা ২৩ অক্টোবৰত ভীমা কোৰেগাঁও গোচৰত গ্ৰেপ্তাৰ কৰা আন এজন সমাজ কৰ্মী তথা কবি ভাৰভাৰা ৰাওৰ বিৰুদ্ধে জামিন বিহীন চমন জাৰি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

কেন্দ্ৰীয় প্ৰশাসনত ডাঙৰ সালসলনি! দেশৰ নতুন উপ-নিৰ্বাচন আয়ুক্ত পদত প্ৰকাশ ৰাজপুৰোহিত

October 11, 2026 12:30 pm
শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

শ্ৰেণীকোঠাতে গানৰ আড্ডা! ছাত্ৰৰ তকলা মূৰত তবলা বজাই নিজৰ বিপদ মাতি আনিলে শিক্ষকে

October 11, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

“মোক আটক কৰা হোৱা নাছিল, অপহৰণ কৰিছিল আৰক্ষীয়ে!’’ মুকলি হৈ মোদী চৰকাৰৰ একনায়কত্বক লৈ সৰৱ ধ্ৰুৱ ৰাঠী

October 11, 2026 2:19 pm
বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বেৰিকেড আঁতৰাওক, দিল্লীত মেট্ৰ’-ইণ্টাৰনেট আৰম্ভ কৰক; নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

October 11, 2026 1:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd