• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ NSS-কোষৰ শিক্ষাৰ্থীৰ সৌজন্যত বিশেষ শিবিৰৰ সফল সমাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 1, 2025 1:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা পৰিষদ চমুকৈ NSS কোষ-১ৰ সৌজন্যত ২৪ মাৰ্চৰ পৰা ৩০ মাৰ্চ, ২০২৫ তাৰিখলৈ কামৰূপ জিলাৰ পলাশবাৰীস্থিত আগচিয়া গাঁৱত ৭ দিনীয়া বিশেষ শিবিৰ সফলতাৰে সম্পন্ন হয়।

এই শিবিৰ পৰিচালনাৰ দায়িত্বত আছিল কাৰ্যসূচী সমন্বয়ক ডঃ বাসৱ দাস আৰু কাৰ্যসূচী বিষয়া ডঃ তৃষ্ণা দাস। NSS কোষ-১ ৰ মুঠ ৫০ গৰাকী স্বেচ্ছাসেৱকে বিভিন্ন সমাজসেৱামূলক কাৰ্যকলাপত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

Apply Now

শিবিৰত সমাজৰ উন্নয়ন আৰু সজাগতাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। এটা বৃক্ষৰোপণ অভিযানৰ জৰিয়তে স্বেচ্ছাসেৱীসকলে গাঁৱৰ চাৰিওফালে গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰচাৰ কৰে।

স্বাস্থ্য আৰু সামাজিক সমস্যাৰ ওপৰত প্ৰত্যেক ঘৰে ঘৰে জৰীপ চলোৱা হয়, য’ত গাঁৱৰ লোকৰ স্বাস্থ্য, পৰিচ্ছন্নতা আৰু সামাজিক প্ৰত্যাহ্বানৰ তথ্য সংগ্ৰহ কৰা হয় যিবোৰ ভৱিষ্যতৰ কাৰ্যক্ৰমৰ বাবে সহায়ক হ’ব। মৌলিক স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদানৰ বাবে গাঁৱৰ লোকৰ মাজত প্ৰাথমিক চিকিৎসা সামগ্ৰী বিতৰণ কৰা হয় আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ প্ৰদৰ্শনীও দেখুওৱা হয়।

পৰিচ্ছন্নতা, শিক্ষা, মহিলা সশক্তিকৰণ আৰু চৰকাৰী কল্যাণ আঁচনিৰ বিষয়ে এটা সজাগতামূলক বক্তৃতাৰ আয়োজন কৰা হয়, য’ত গাঁৱৰ লোকে সক্ৰিয়ভাৱে অংশ লয়। গাঁওখনৰ পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ পৰিৱেশ বজাই ৰাখিবলৈ স্বচ্ছতা অভিযানৰ জৰিয়তে ৰাজহুৱা স্থান, বিদ্যালয় আৰু সমাজকেন্দ্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়।

ইয়াৰ উপৰিও স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আয়োজিত এটা অংকন প্ৰতিযোগিতাত ২০ জন ছাত্ৰ-ছাত্ৰীয়ে উৎসাহেৰে অংশ লৈ নিজৰ প্ৰতিভা প্ৰকাশ কৰে। স্বেচ্ছাসেৱীসকলে যোগাসনৰ এটা অনুষ্ঠানো পৰিচালনা কৰে, যিয়ে অংশগ্ৰহণকাৰীসকলৰ মানসিক আৰু শাৰীৰিক সুস্থতাৰ প্ৰসাৰ ঘটায়।

আগছিয়া গাঁৱত NSS ইউনিট-১ৰ এই বিশেষ শিবিৰ সমাজৰ বিভিন্নতা আৰু সামাজিক দায়িত্ববোধ জাগ্ৰত কৰাৰ এক অনন্য প্ৰচেষ্টা। স্বেচ্ছাসেৱীসকলৰ NSSৰ বিশেষ কৰতালিৰ মাজেৰে সাত দিনীয়া কাৰ্যক্ৰমৰ স্মৰণীয় সমাপ্তি ঘটে। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ NSS ইউনিট-১ সমাজৰ কল্যাণ আৰু উন্নয়নৰ বাবে এনে প্ৰচেষ্টাৰ প্ৰতি সদা অনুকৰণীয়৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd