• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাধাৰণ জ্ঞানৰ প্ৰশ্ন : কোনজন ৰজাই পিতৃক হত্যা কৰি নিজৰ মাতৃক বিয়া কৰাইছিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 3, 2023 2:24 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশ-বিদেশৰ ইতিহাসত বহুত অদ্ভুত ঘটনাৰ কথা উল্লেখ আছে। বিশেষকৈ ইতিহাসত কিছুমান এনে কাহিনী আছে যিবোৰ কাহিনীয়ে আপোনাক স্তম্ভিত কৰি তুলিব পাৰে। আজিৰ প্ৰতিবেদনত ইতিহাস আৰু অন্যান্য বিষয়ৰ ওপৰত কিছুমান অজ্ঞাত প্ৰশ্নোত্তৰ সন্নিবিষ্ট কৰা হৈছে যিয়ে আপোনাৰ সাধাৰণ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব। তলত তেনে কেইটামান প্ৰশ্নোত্তৰ আগবঢ়ালোঁ।

প্ৰশ্ন ১: ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 

Apply Now

উত্তৰঃ ভাৰত ত্যাগ আন্দোলন ১৯৪২ চনত আৰম্ভ হৈছিল। 

প্ৰশ্ন ২: ভাৰতত কেশৰ ক’ত পোৱা যায়? 

উত্তৰঃ কেশৰ কাশ্মীৰত পোৱা যায়। 

প্ৰশ্ন ৩: ঝান্সীৰ ৰাণী লক্ষ্মী বাই কোন ঠাইত জন্ম হৈছিল? 

উত্তৰ : ৰাণী লক্ষ্মীবাইৰ জন্ম কাশীত।

প্ৰশ্ন ৪: ভাৰতৰ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? 

উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত ব্ৰিটিছে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা কৰিছিল। 

প্ৰশ্ন ৫: ভাৰতৰ আটাইতকৈ পুৰণি ৰে’লৱে ইঞ্জিন নিৰ্মাণ কাৰখানাটো ক’ত? 

উত্তৰঃ চিত্তৰঞ্জনত ৰেলৱে ইঞ্জিন নিৰ্মাণৰ আটাইতকৈ পুৰণি কাৰখানা আছে। 

প্ৰশ্ন ৬: কোনটো ইউৰোপীয় জাতিয়ে প্ৰথমে ভাৰতত ভৰি দিছিল? 

উত্তৰঃ পৰ্তুগীজসকলে।

প্ৰশ্ন ৭: ভাৰতৰ শেষৰজন মোগল সম্ৰাট কোন আছিল? 

উত্তৰঃ বাহাদুৰ শ্বাহ জাফৰ। তেওঁ আছিল মোগল সাম্ৰাজ্যৰ ১৯ সংখ্যক আৰু শেষ সম্ৰাট। 

প্ৰশ্ন ৮: বৰ্তমান তক্ষশীলা বিশ্ববিদ্যালয় ক’ত অৱস্থিত? 

উত্তৰঃ বৰ্তমানৰ পাকিস্তানৰ ৰাৱালপিণ্ডি অঞ্চলত তক্ষশীলা বিশ্ববিদ্যালয় অৱস্থিত।

প্ৰশ্ন ৯: কোনজোপা গছৰ তলত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল?

উত্তৰঃ গৌতম বুদ্ধই বিহাৰৰ বুদ্ধগয়াত অৱস্থিত এজোপা আঁহত গছৰ তলত বহি জ্ঞান লাভ কৰিছিল। 

প্ৰশ্ন ১০ : ১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গৱৰ্ণৱ কোন আছিল? 

উত্তৰঃ বিদ্ৰোহৰ সময়ত লৰ্ড কেনিং ভাৰতৰ গৱৰ্ণৰ আছিল। 

প্ৰশ্ন ১১ : ইংৰাজে ভাৰতক উপনিবেশিকৰণ কৰাৰ মূল কাৰণ কি আছিল? 

উত্তৰঃ ভাৰতৰ পৰা সস্তাত কেঁচামাল সংগ্ৰহ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰা।

প্ৰশ্ন ১২ : ভাৰতৰ কোনখন চহৰত বলিউড চলচ্চিত্ৰ উদ্যোগ আছে? 

উত্তৰঃ মুম্বাইত আছে। 

প্ৰশ্ন ১৩ : ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত সৰ্বাধিক পকী পথ আছে?

 উত্তৰ : ওড়িশা। 

প্ৰশ্ন ১৪: কোন চনত দিল্লী ভাৰতৰ ৰাজধানী হৈছিল? 

উত্তৰঃ ১৯১১ চনত। 

প্ৰশ্ন ১৫: কোনজন ৰজাই পিতৃক হত্যা কৰি নিজৰ মাতৃক বিয়া কৰাইছিল? 

উত্তৰঃ গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি থিবিছৰ ৰজা ইডিপাছে অজানিতে পিতৃক হত্যা কৰি মাকক বিয়া কৰাইছিল।

লগতে পঢ়কঃ শচীন-সৌৰভৰ সৈতেও খেলিছিল; ভাৰতৰ UPSC উত্তীৰ্ণ একমাত্ৰ ক্ৰিকেটাৰগৰাকীক চিনি পায়নে?

লগতে পঢ়কঃ ভৰ দুপৰীয়া মুকেশ আম্বানী, আনন্দ মহিন্দ্ৰাই মাতিব লগা হৈছিল Uber; কিন্তু কিয় জানেনে?

লগতে পঢ়কঃ গাধই টানিলে ১৮ লাখ টকীয়া বিলাসী গাড়ী; উভতিল শ্ব’ৰুমলৈ, কিন্তু কিয় জানেনে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd