DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, August 8, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

ডিমাপুৰত জেনেৰেল ৰাৱত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2019 10:11 pm
Gen. Bipin Rawat arrives in Rangapahar military station on Saturday.

ডিমাপুৰৰ ৰঙাপথাৰ মিলিটেৰি ষ্টে’চনত উপস্থিত হোৱা অৱস্থাত জেনেৰেল ৰাৱত। ছবি- নৰ্থ ইষ্ট নাও।

1.5k
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৰ্বাঞ্চলত সেনাবাহিনীৰ কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে ডিমাপুৰৰ ৰঙাপাহাৰ মিলিটেৰি ষ্টে’চনত শনিবাৰে উপস্থিত হৈছে ভাৰতীয়ে সেনাৰ মুৰব্বী জেনেৰেল বিপিন ৰাৱত।

উত্তৰ-পূবলৈ দুদিনীয়া ভ্ৰমণসূচী লৈ অহা জেনেৰেলগৰাকীক আদৰণি জনায় ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল এম এম নাৰাৱানে আৰু স্পিয়াৰ্ছ ক’ৰৰ জি অ’ চি লেঃ জেঃ ৰাজীৱ চিৰ’হিয়ে, সেনা বিবৃতিত প্ৰকাশ।

ডিমাপুৰৰ পিছতে সেনা মুৰব্বীজনে ক’হিমা আৰু ইটানগৰো ভ্ৰমণ কৰাৰ কথা।

সেনা মুৰব্বীজনে লাইন অৱ একচুৱেল কণ্ট্ৰ’লত অভিযানগত প্ৰস্তুতিত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে স্পিয়াৰ্ছ ক’ৰৰ জন অনুকূল উগ্ৰপন্থা প্ৰতিৰোধী পদক্ষেপৰ প্ৰশংসা কৰে।

অঞ্চলটোত শান্তি ৰক্ষা কৰাত সেনাৰ ভূমিকাৰ তেওঁ শলাগ লয়। স্পিয়াৰ্ছ ক’ৰৰ বিষয়া আৰু জোৱানসকলৰ লগত বাৰ্তালাপত মিলিত হৈ তেওঁ সকলোকে বিৰামহীন আৰু পেছাদাৰীভাৱে কৰ্মসম্পাদন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

Recent News

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

টিপং কয়লাখনিৰ পৰা ১ কোটিৰো অধিক মূল্যৰ লোহা চুৰি; সাংবাদিকৰ বিৰুদ্ধে বিৰূপ মন্তব্য মহকুমা আৰক্ষীৰ

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

মাধ্যম বিতৰ্ক : কাৰ হেঁচাত আৰু কিয় বাৰেপতি স্থিতি সলায় হিমন্ত বিশ্ব শৰ্মাই?

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

ছাত্ৰ বিক্ষোভত উত্তাল মণিপুৰ; পাঁচ দিনৰ বাবে ৰাজ্যত বন্ধ ইণ্টাৰনেট সেৱা

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

চীন সীমান্তত যৌথ সামৰিক অনুশীলন চলাব ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd