• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মঙলবাৰে কামাখ্যা মন্দিৰ দৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জেনেৰেল ভি কে সিং আৰু সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ

অসমে ক্ৰীড়া ক্ষেত্ৰত ক্ৰমাগত উন্নতি কৰিছে : ৰাথোড়

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2019 4:43 pm
Gen VK Sing and Rajya vardhan Sing Rathor

ভি কে সিং আৰু ৰাজ্যবৰ্ধন সিং ৰাথোড়

2.5k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ ৰাজ্যিক মন্ত্ৰী তথা প্ৰাক্তন ভাৰতীয় সেনাপ্ৰধান জেনেৰেল ভি কে সিং আৰু দেশৰ প্ৰাক্তন ক্ৰীড়া মন্ত্ৰী তথা বৰ্তমান লোকসভাৰ সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে মঙলবাৰে ৰাতিপুৱা অসমত উপস্থিত হৈ কামাখ্যা মন্দিৰ দৰ্শন কৰে।

দুয়োগৰাকী বিজেপি সাংসদতে কামাখ্যা মন্দিৰ দৰ্শন কৰি মাৰ আশীৰ্বাদ গ্ৰহণ কৰি পূজা অৰ্চনা কৰে।

কামাখ্যা ধাম দৰ্শন কৰাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত ভি কে সিঙে ১৯৭১ চনৰ পৰাই কামাখ্যা মাৰ দৰ্শনৰ বাবে আহি আছে বুলি কোৱাৰ লগতে ভাৰতীয় সেনাৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত সুখ ব্যক্ত কৰে।

আনহাতে, সাংসদ তথা প্ৰাক্তন অলিম্পিক পদক বিজেতা ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ক্ৰীড়া ক্ষেত্ৰত অসমে ক্ৰমাগতভাৱে উন্নতি কৰি আহিছে বুলি মন্তব্য কৰে।

ৰাথোড়ে অৰ্থনীতি আৰু ক্ৰীড়া পৰস্পৰে পৰস্পৰৰৰ ওপৰত নিৰ্ভৰশীল বুলি মন্তব্য কৰি অৰ্থনীতি মজবুত হলেহে ক্ৰীড়াখণ্ডৰ বিকাশ ঘটিব বুলি উল্লেখ কৰি অসমে প্রধান মন্ত্ৰীৰ নেতৃত্বত অৰ্থনৈতিক বিকাশৰ লগতে ক্ৰীড়া ক্ষেত্ৰত উন্নতি কৰিছে বুলি কয়।

আনহাতে ফিট ইণ্ডিয়া মুভমেণ্ট সন্দৰ্ভত মত ব্যক্ত কৰি সাংসদ গৰাকীয়ে কয় যে বৰ্তমান দেশত খেলৰ প্ৰতি আগ্ৰহ বৃদ্ধি হৈছে বুলিত মত ব্যক্ত কৰে।

‘‘সকলোৱে অলিম্পিকত পদক দখল কৰাৰ লক্ষ্যৰে খেলত অংশগ্ৰহণ নকৰিলেও সুস্থ হৈ থকাৰ বাবে খেলত অংশ লৈছে,’’ সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে কয়।

Recent News

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকাই ৰখাৰ অভিযোগ; মদৰ নিচাত বন্ধুৰ আগত স্বীকাৰোক্তি প্ৰেমিকৰ

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

বিদায় কবি! বৰেণ্য সাহিত্যিক অনুভৱ তুলসীৰ দেহাৱসান

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd