• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাৰ্মানীৰ বিশ্বজয়ী ফুটবলাৰ তথা প্ৰশিক্ষক কিংবদন্তি ফ্ৰাঞ্জ বেকেনবাউৰৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2024 8:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ফুটবল জগতৰ এগৰাকী মহাতাৰকা ফ্ৰান্স বেকেনবাউৰৰ দেহাৱসান ঘটিছে। বিশ্ব ফুটবলত মাত্ৰ তিনিজন ব্যক্তিৰ খেলুৱৈ আৰু প্ৰশিক্ষক হিচাপে বিশ্বকাপ জয় কৰাৰ কৃতিত্ব আছে। ইয়াৰে এজন হৈছে জাৰ্মানীৰ কিংবদন্তি ফুটবলাৰ ফ্ৰাঞ্জ বেকেনবাউৰ। ৭৮ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

বেকেনবাউৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ। জাৰ্মানী ফুটবলৰ আইকন। তেওঁ দেশৰ জাৰ্চি পিন্ধি ১০৪খন খেল খেলিছে। ১৯৭৪ চনত তেওঁৰ নেতৃত্বত পশ্চিম জাৰ্মানী (জাৰ্মানী) বিশ্ব চেম্পিয়ন হয়। ১৬ বছৰৰ পাছত তেওঁ প্ৰশিক্ষক হিচাপে বিশ্বকাপ জয়ৰ অংশীদাৰ হয়।

বেকেনবাউৰৰ পৰিয়ালৰ এক বিবৃতি অনুসৰি কিংবদন্তি ফুটবলাৰগৰাকীয়ে টোপনিতে শেষ নিশ্বাস ত্যাগ কৰে। জাৰ্মান সংবাদ সংস্থা ডিপিএৰ মতে, পৰিয়ালটোৱে কোনো ধৰণৰ প্ৰশ্ন নকৰিবলৈ অনুৰোধ জনাইছে। টোপনিতে তেওঁৰ মৃত্যু হয় যদিও ইয়াৰ কাৰণ পৰিয়ালৰ লোকে স্পষ্ট নকৰিলে। কিন্তু জাৰ্মান সংবাদ মাধ্যমৰ মতে বেকেনবাউৰ বহুদিন ধৰি বিভিন্ন ৰোগৰ বাবে সমস্যাত ভূগি আছিল।

Apply Now

Rest in peace, Franz Beckenbauer.

One of the best players this sport has seen and a natural leader. He will be deeply missed by us all. #RIP #Beckenbauer #DFBTeam
📸 Getty Images/Imago pic.twitter.com/qIxX8EJgFU

— German Football (@DFB_Team_EN) January 8, 2024

জাৰ্মান ফুটবলৰ কিংবদন্তি ফ্ৰাঞ্জ বেকেনবাউৰ। তেওঁৰ দৰে চেন্ট্ৰেল ডিফেণ্ডাৰ বিশ্ব ফুটবলত বিৰল। ১৯৬৬ চনত পশ্চিম জাৰ্মানীয়ে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল। কিন্তু ১৯৭৪ চনত সেই সপোন পূৰণ হয়। বেকেনবাউৰে জাৰ্মানীক নেতৃত্ব দি বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰে। ১৯৯০ চনত প্ৰশিক্ষক হিচাপে বিশ্বকাপ জয় কৰাৰ বাবেও বেকেনবাউৰক কৃতিত্ব দিয়া হয়।

Today, 41 years ago: Win against the Netherlands! WORLD CHAMPION! A great moment! pic.twitter.com/rSVFrho2zE

— Franz Beckenbauer (@beckenbauer) July 7, 2015

প্ৰশিক্ষক আৰু খেলুৱৈ হিচাপে বিশ্বকাপ জয় কৰাৰ দৃষ্টান্ত আছিল বেকেনবাউৰৰ আৰু ব্ৰাজিলৰ কিংবদন্তি মাৰিঅ’ জাগালোৰ। ২০১৮ চনত ফ্ৰান্সৰ ডিডিয়েৰ ডেশ্বৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হয়। কাকতলীয়াভাৱে মাৰিঅ’ জাগালোৰ মৃত্যুৰ দুদিনৰ ভিতৰতে বেকেনবাউৰৰো মৃত্যু হয়। প্ৰশিক্ষক আৰু খেলুৱৈ হিচাপে বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰা একমাত্ৰ প্ৰশিক্ষক হৈয়েই আছে ডিডিয়েৰ। বাকী দুজনে চিৰবিদায় মাগিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd